BJP Ghograpar Mandal

Call Directions Website Contact the organization

BJP Ghograpar Mandal বি জে পি ঘগ্ৰাপাৰ মণ্ডল .

২০০৮ চনৰ আজিৰ দিনটোত অসমত সংঘটিত ভয়াৱহ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ নাগৰিকসকলৰ পবিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি ন...
30/10/2026

২০০৮ চনৰ আজিৰ দিনটোত অসমত সংঘটিত ভয়াৱহ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ নাগৰিকসকলৰ পবিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনুষ্ঠান 'মন কী বাত'ৰ ১৩৯তম খণ্ড ঘগ্ৰাপাৰ মণ...
25/10/2026

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনুষ্ঠান 'মন কী বাত'ৰ ১৩৯তম খণ্ড ঘগ্ৰাপাৰ মণ্ডলৰ প্ৰতিটো বুথতে অতি সক্ৰিয় অংশগ্ৰহণেৰে শ্ৰৱণ কৰা হয়।
অনুষ্ঠানটো সফল ৰূপায়ণৰ বাবে অহৰহ কষ্ট কৰা পঞ্চায়ত প্ৰভাৰী, শক্তিকেন্দ্ৰ আহ্বায়ক, বুথ সভাপতি, বুথ সমিতি আৰু মণ্ডলীয় আহ্বায়ককে ধৰি প্ৰতিগৰাকী কৰ্মঠ কাৰ্যকৰ্তালৈ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ তৰফৰ পৰা হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ভাৰতীয় জনতা পাৰ্টি, ঘগ্ৰাপাৰ মণ্ডলৰ প্ৰতিগৰাকী নিষ্ঠাৱান আৰু কৰ্মঠ কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দেশৰ...
27/09/2026

ভাৰতীয় জনতা পাৰ্টি, ঘগ্ৰাপাৰ মণ্ডলৰ প্ৰতিগৰাকী নিষ্ঠাৱান আৰু কৰ্মঠ কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী #নৰেন্দ্ৰ_মোদী ডাঙৰীয়াৰ অতি জনপ্ৰিয় অনুষ্ঠান "মন কী বাত"ৰ ১৩৮ সংখ্যক খণ্ডটি ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত প্ৰতিটো বুথতে অতি উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে শ্ৰৱণ কৰা হয়।

উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অশেষ কষ্ট কৰা সমূহ পঞ্চায়ত প্ৰভাৰী, শক্তিকেন্দ্ৰৰ আহ্বায়কসকল, মাননীয় বুথ সভাপতিসকল, বুথ সমিতিৰ বিষয়ববীয়া আৰু "মন কী বাত"ৰ মণ্ডলীয় আহ্বায়ককে প্ৰমুখ্য কৰি প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ  জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান ১৩৮ সংখ্যক 'মন-কী-বাত'ত নিজৰ নিজৰ বুথত অং...
26/09/2026

যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান ১৩৮ সংখ্যক 'মন-কী-বাত'ত নিজৰ নিজৰ বুথত অংশগ্ৰহণ কৰোঁ আহক।

23/09/2026

কংগ্ৰেছৰ শাসনকালত অসমত এখন এইমছ বিচাৰি বহু দাবী উত্থাপিত হোৱাৰ পিছতো অসমে এইমছ লাভ কৰা নাছিল। কিন্তু শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ সময়ত অসমে এইমছ গুৱাহাটী লাভ কৰিলে আৰু ২০২৩ চনৰ পৰা অসমবাসীয়ে এইমছৰ জড়িয়তে চিকিৎসা সেৱা লাভ কৰি আহিছে।

Himanta Biswa Sarma

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী, পৰম শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ জন্মদিনৰ এই শুভক্ষণত ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰা...
17/09/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী, পৰম শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী
ডাঙৰীয়ালৈ জন্মদিনৰ এই শুভক্ষণত ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী, বিশ্বৰ জনপ্ৰিয় নেতা শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২৫ বছৰীয়া নিৰৱচ্ছিন্ন সেৱা আৰু সুশাসনৰ সোণ...
13/09/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী, বিশ্বৰ জনপ্ৰিয় নেতা শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২৫ বছৰীয়া নিৰৱচ্ছিন্ন সেৱা আৰু সুশাসনৰ সোণালী যাত্ৰাৰ উপলক্ষে আয়োজিত 'সেৱা সংকল্প অভিযান'ৰ অধীনত ঘগ্ৰাপাৰ মণ্ডলৰ "মণ্ডল কৰ্মশালা" আজি মণ্ডল কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।

আজিৰ এই গুৰুত্বপূৰ্ণ কৰ্মশালাত ৰাজ্যিক সম্পাদক তথা জিলা প্ৰভাৰী সন্মানীয় ৰাতুল শৰ্মা ডাঙৰীয়া নলবাৰী জিলা বিজেপিৰ সন্মানীয় সভাপতি শ্ৰী জয়ন্ত কুমাৰ বুজৰবৰুৱা ডাঙৰীয়া, ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সন্মানীয় সভাপতি মনোজ ডেকা ডাঙৰীয়া,জিলা সম্পাদক মৃগেন শৰ্মা ডাঙৰীয়া, ঘগ্ৰাপাৰ জিলা পৰিষদ সদস্য সন্মানীয় ডিম্বেশ্বৰ বেজবৰুৱা ডাঙৰীয়া, ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সভাপতি অৰবিন্দ বৰ্মন ডাঙৰীয়াৰ লগতে অপেক্ষিত কাৰ্য্যকৰ্তাৰ অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।

যোৱা কালি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই ঘগ্ৰাপাৰ মণ্ডলৰ স্থানীয় ৰাইজক সাক্ষাৎ ক...
13/09/2026

যোৱা কালি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই ঘগ্ৰাপাৰ মণ্ডলৰ স্থানীয় ৰাইজক সাক্ষাৎ কৰি বিভিন্ন অভাৱ অভিযোগ সমাধানৰ চেষ্টাৰ লগতে ভিন্ন বিষয়ত আলোচনা কৰে।

📍 বিজেপি কাৰ্য্যলয়, ঘগ্ৰাপাৰ।

08/09/2026

কাইলৈ অৰ্থাৎ ৩০ আগষ্ট তাৰিখে পুৱা ১১ বজাত যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৭সংখ্যক 'মন-কী-বাত' অনু...
29/08/2026

কাইলৈ অৰ্থাৎ ৩০ আগষ্ট তাৰিখে পুৱা ১১ বজাত যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৭সংখ্যক 'মন-কী-বাত' অনুষ্ঠানত সকলোৱে নিজৰ নিজৰ বুথত অংশগ্ৰহণ কৰোঁ আহক...

Address

Nh31
Nalbari
781369

Alerts

Be the first to know and let us send you an email when BJP Ghograpar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Ghograpar Mandal:

Shortcuts

Share

Nearby government services