Dhruba Medhi

Call Directions Contact the organization

Dhruba Medhi ✨Official Page✨

• Secretary,Bharatiya Kisan Sangh
(Nalbari District.)🌾
• Pragjyotish Sahitya Awardee 2023.
• সহ: সম্পাদক,ৰামধেনু; অসম সাহিত্য সভা।
• Ex.

Assistant Secretary,BASANA
Magazine.
• Ex. Columnist;নিয়মীয়া বাৰ্তা, দৈনিক
প্ৰতিবেদন।

দেশৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত CP Radhakrishnan  ডাঙৰীয়া, অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত Laxman Acharya ডাঙৰীয়া, মান...
07/09/2026

দেশৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত CP Radhakrishnan ডাঙৰীয়া, অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত Laxman Acharya ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাবৰ্তনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰো।
এই গৌৰৱময় সমাৱৰ্তনত ডিগ্ৰী লাভ কৰা প্ৰতিগৰাকী নৱীন চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট তথা স্বাস্থ্য পেছাদাৰীলৈ আন্তৰিক অভিনন্দন আৰু উষ্ম শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

📍 জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ।

ভাৰতৰ প্ৰথম গৰাকী উপ - ৰাষ্ট্ৰপতি, দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, UNESCO ৰ সভাপতি, University Education Commission ৰ অধ্যক্ষ...
05/09/2026

ভাৰতৰ প্ৰথম গৰাকী উপ - ৰাষ্ট্ৰপতি, দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, UNESCO ৰ সভাপতি, University Education Commission ৰ অধ্যক্ষ, UNESCO ৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ, কলিকতা আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী ভাৰতীয় উপাচাৰ্য্য,
কাশ্মীৰৰ সমস্যাকলৈ ভাৰতৰ হৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত শক্তিশালী ছোভিয়েট ৰাছিয়াৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হোৱা অতি অভিজ্ঞ কূটনীতিবিদ ড• সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১৩৭ সংখ্যক জন্মদিনটোত মহান ব্যক্তিত্ব গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলোঁ।
লগতে তেখেতৰ জন্মদিনৰ সৈতে সংগতি ৰাখি উদযাপন কৰা ৬৪ সংখ্যক "শিক্ষক দিৱসত" সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ শ্ৰদ্ধা আৰু ভক্তিৰ অঞ্জলি নিবেদিলো।

27/08/2026

আমি "নৱদ্বীপা অৰ্গেনিক কৃষক উৎপাদক সংস্থাই" থলুৱা কৃষকক লৈ কৃষিজাত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ গ্ৰাহকৰ পাকঘৰত উন্নত আৰু চিকুনতাৰে উপলব্ধ কৰাব বাবে দ্বায়বদ্ধ।
এই ক্ষেত্ৰত কৃষ্ণ কান্ত বৰা ডাঙৰীয়াৰ প্ৰচেষ্টা আৰু অভিভাৱকত্ব বাৰুকৈৱে উল্লেখযোগ্য।
Video Courtesy: প্ৰতি দিন TIME

14/08/2026
The export of Purabi Ice Cream by the "West Assam Milk Producers' Cooperative Union Limited" to Bhutan was flagged off b...
29/07/2026

The export of Purabi Ice Cream by the "West Assam Milk Producers' Cooperative Union Limited" to Bhutan was flagged off by Assam Chief Minister Himanta Biswa Sarma ji .Hope this initiative will create new income opportunities, expand access to international markets and strengthen the livelihoods of our dairy farmers across the Assam
Himanta Biswa Sarma !! CMO Assam
Department of Export Agriculture

23/07/2026

ভাৰতীয় কিষাণ সংঘ নলবাৰী জিলাৰ সন্মানীয় উপ-সভাপতি হৰিশ ভট্টাচাৰ্য ডাঙৰীয়াৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ।
লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।
পৰমপিতাই পৰমেশ্বৰৰ ওপৰত আমাৰ প্ৰাৰ্থনা যে তেৰাই বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰক।

মৃত্যু চিৰন্তন সত্য যদিও কিছু বিশেষ ব্যক্তিৰ মৃত্যুৰ খবৰে বাৰুকৈয়ে আঘাট দিয়ে। তেনে ব্যক্তিৰ অন্যতম আমাক যথেষ্ঠ আদৰ কৰা...
18/07/2026

মৃত্যু চিৰন্তন সত্য যদিও কিছু বিশেষ ব্যক্তিৰ মৃত্যুৰ খবৰে বাৰুকৈয়ে আঘাট দিয়ে।
তেনে ব্যক্তিৰ অন্যতম আমাক যথেষ্ঠ আদৰ কৰা আৰু আমিও যথেষ্ঠ শ্ৰদ্ধা কৰা হৰিশ ভট্টাচাৰ্য্য।
ভাৰতীয় কিষাণ সংঘৰ নলবাৰী জিলাৰ সন্মানীয় উপ সভাপতি আৰু নলবাৰী জিলাৰ মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি, ঠাইখিনিৰ লোকৰ যথেষ্ঠ সন্মানীয় ব্যক্তিগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।

24/06/2026

কালি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভৰ্য্যপূৰ্ণ পদ্ম বঁটা প্ৰদান অনুষ্ঠানত অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা ব্যক্তি সকল।

আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী সকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ কিছু স্থিৰ চিত্ৰ।📍 বিষ্ণু জ্যোতি প্ৰেক্ষাগৃহ, খানাপাৰা।
05/06/2026

আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী সকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ কিছু স্থিৰ চিত্ৰ।

📍 বিষ্ণু জ্যোতি প্ৰেক্ষাগৃহ, খানাপাৰা।

Address

Bali/Barjar/Guwahati
Nalbari
781371

Telephone

+917099465090

Website

Alerts

Be the first to know and let us send you an email when Dhruba Medhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dhruba Medhi:

Shortcuts

Share

Category