02/10/2026
সত্য, অহিংসা আৰু মানৱতাৰ আদৰ্শেৰে বিশ্বক আলোকিত কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ পৱিত্ৰ জয়ন্তীত মহামানৱগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ।
তেখেতৰ সত্য, অহিংসা আৰু শান্তিৰ মহান আদৰ্শই আমাক সদায় মানৱতা আৰু ন্যায়ৰ পথত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰি থাকিব ।
Narayan Deka, Barkhetri
Kapil Dev Talukdar