Arvind Kejriwal FAN CLUB

Arvind Kejriwal FAN CLUB

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arvind Kejriwal FAN CLUB, Delhi.

28/07/2025
27/10/2024

আজি চামগুৰিত গাঁৱে গাঁৱে আম আদমি পাৰ্টীৰ কেইবাখনো নিৰ্বাচনী সভা অনুস্থিত হয়। উক্ত সভা সমূহত আজি শতাধিক কংগ্ৰেছীলোকে
নুৰুল আমিন চৌধুৰীদেৱৰ উপস্থিতত আপত যোগদান কৰে৷ আম আদমি পাৰ্টীৰ উত্তৰ পূৱৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, আপ অসমৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ ৰ লগতে ৰাজ্যিক সমিতিৰ বহুকেইজন বিষয়ববীয়া এই সভাসমূহত উপস্থিত থাকে।


27/10/2024

আজি ২৭ অক্টোবৰ ৰবিবাৰে নগাঁও জিলাৰ মাজমজিয়াত অৱস্থিত শ্বহীদ ভৱনত আম আদমি পাৰ্টীৰ "সম্পৰ্ক যাত্ৰা"ৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে আম আদমি পাৰ্টী উত্তৰ-পূব ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ ডাঙৰীয়া, আপৰ চামগুৰি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী ডাঙৰীয়া, জিলা সভানেত্ৰী চুমী বৰা ডাঙৰীয়ানীৰ লগতে আন আন ৰাজ্যিক বিষয়ববীয়াসকল।

25/10/2024

বিহালী আৰু চামগুৰিত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

৭৭ নং বিহালী বিধানসভা সমষ্টিত অনন্ত গগৈ,
৮৮ নং চামগুৰি বিধানসভা সমষ্টিত নুৰুল আমিন চৌধুৰী


সাম্প্ৰদায়িক আৰু বিভাজনৰ ৰাজনীতি অন্ত হ'ব ,

অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতি অসমতো প্ৰতিষ্ঠা হ'ব।

24/10/2024

কালি টিকট, আজি যোগদান
কংগ্ৰেছক ভোট, বিজেপি শক্তিমান

24/10/2024

কালি টিকেট, আজি যোগদান !!

কংগ্ৰেছ দলৰ নীতি আদৰ্শ একো নাই? দলত যোগদান কৰাৰ আগতেই যে টিকট পায় এইটো কংগ্ৰেছ দলত সম্ভৱ। এইটো এটা আদৰ্শ নথকা দল এই দলটোৱে ভবিষ্যতে অসমৰ কি উন্নতি কৰিব?

কংগ্ৰেছক ভোট দিয়া মানে বিজেপিক শক্তিশালী কৰা।

22/10/2024

উপ নিৰ্বাচনৰ বাবে কমিটি গঠন।

21/10/2024

লুট পাত কৰাৰ হে চৰকাৰ !

19/10/2024

নহৰু 360
আদা 200
পিয়াঁজ 70
আলু 40
গাজৰ 360
দাংবডি 120
জিকা 80
অমিতা 80
কুন্দুলি 120
বন্ধাকবি 80
ফুলকবি 160
বিলাহী 120
গুটি কচু 80
কলদিল 100
ভাত কেৰেলা 120
তিতা কেৰেলা 120
কোমোৰা(সৰু) 60
জাতি লাও (সৰু)70
জলকীয়া 250
মিঠাতেল 180
ৰিফাইন 150
এতিয়া সকলোৱে একেলগে বিজেপি জয়✊ বুলি কওঁ আহক। পিছত খাবলৈ নেপাই মৰিলে বৰ ডাঙৰ কথা হব।

18/10/2024

ফাদিল হ'ল বিজেপিৰ গোপন অভিসন্ধি

নাগৰিকত্বৰ সংশোধনী আইন হৈছে বিজেপিৰ বাবে
কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক আহিলা মাত্ৰ।

17/10/2024

Happy Birthday

গুৱাহাটী পৌৰ নিগমৰ আপৰ নিৰ্বাচিত পাৰিষদ তথা আপৰ সৈনিক মছুমা বেগমলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

Want your business to be the top-listed Government Service in Delhi?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Telephone

Address


Delhi