33 No.Nonoi Serfang Mandal

Directions

33 No.Nonoi Serfang Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 33 No.Nonoi Serfang Mandal, Political organisation, Orangajuli.

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্ৰীযুত Sanjit Tanti ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।মা কামাখ্যাই আ...
07/10/2026

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্ৰীযুত Sanjit Tanti ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
মা কামাখ্যাই আপোনাক সু-স্বাস্থ্য, সুখ-শান্তি আৰু সুদীৰ্ঘ কৰ্মময় জীৱন প্ৰদান কৰক।


কালি কলাইগাঁওস্থিত প্ৰগতিশীল জনমঞ্চত অনুষ্ঠিত হ’বলগীয়া “সেৱা জ্যোতি কলহ যাত্ৰা” আৰু “বিকশিত ভাৰত সংকল্প সভা”ৰ প্ৰস্তুতি...
06/10/2026

কালি কলাইগাঁওস্থিত প্ৰগতিশীল জনমঞ্চত অনুষ্ঠিত হ’বলগীয়া “সেৱা জ্যোতি কলহ যাত্ৰা” আৰু “বিকশিত ভাৰত সংকল্প সভা”ৰ প্ৰস্তুতি পৰ্যালোচনাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়।
বৈঠকত জিলা সম্পাদক শ্ৰীযুত Jousrang Boro দেৱ ভৈৰৱকুণ্ড মণ্ডলৰ প্ৰভাৰি শ্ৰীযুত Choudhury দেৱৰ লগতে মণ্ডলৰ বিষয়ববীয়া উপস্থিত থাকে।
Himanta Biswa Sarma
Dilip Saikia
BJP Udalguri District
BJP Assam Pradesh
Monjoy Mbagh

বিশ্ববৰণ্য  নেতা যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ ২৫বছৰীয়া সেৱা, সু- শাসন যাত্ৰাৰ বৰ্নিল পৰিক্ৰমাৰে  "সেৱ...
02/10/2026

বিশ্ববৰণ্য নেতা যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ ২৫বছৰীয়া সেৱা, সু- শাসন যাত্ৰাৰ বৰ্নিল পৰিক্ৰমাৰে "সেৱা সংকল্প অভিযান"ৰ লগতে বাপু জিৰ পৱিত্ৰ জন্ম দিন উপলক্ষে তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত 🙏 "স্বচ্ছতা অভিযান"
ভাৰতীয় জনতা পাৰ্টি,নোনাইচেৰফাং মণ্ডল, গৰুৱাঝাৰ দুৰ্গা মন্দিৰ।
BJP Assam Pradesh
Bikan Chandra Deka
Himanta Biswa Sarma
Dilip Saikia

যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ  জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান ১৩৮ সংখ্যক 'মন-কী-বাত'ত নিজৰ নিজৰ বুথত অং...
26/09/2026

যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান ১৩৮ সংখ্যক 'মন-কী-বাত'ত নিজৰ নিজৰ বুথত অংশগ্ৰহণ কৰোঁ আহক।

📍প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেৱা, সংকল্প আৰু জনকল্যাণৰ সংকল্পক আগুৱাই নিয়াৰ উদ্দেশ্যে অনুষ্ঠিত বাটৰ নাট...
25/09/2026

📍প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেৱা, সংকল্প আৰু জনকল্যাণৰ সংকল্পক আগুৱাই নিয়াৰ উদ্দেশ্যে অনুষ্ঠিত বাটৰ নাট অনুষ্ঠানত উপস্থিত থাকে বাটৰ নাটৰ প্ৰভাৰী শ্ৰী অশোক মাহাতো ডাঙৰীয়া


25/09/2026

সেৱা সংকল্প অভিযান
বাটৰ নাট প্ৰদৰ্শন

Himanta Biswa Sarma
Dilip Saikia
Bikan Chandra Deka
Sanjit Tanti

25/09/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসম কেবিনেটে শাৰদীয় দুর্গোৎসৱ উপলক্ষে অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰিৱৰ্তে ১৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Himanta Biswa Sarma
33 No.Nonoi Serfang Mandal

জৌশ্ৰাং বড়োক বিটিচিৰ Central Selection Boardৰ সদস্য পদত নিযুক্তি।নতুন দায়িত্বৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো...
24/09/2026

জৌশ্ৰাং বড়োক বিটিচিৰ Central Selection Boardৰ সদস্য পদত নিযুক্তি।
নতুন দায়িত্বৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। 💐
তেখেতৰ অভিজ্ঞতা আৰু নিষ্ঠাৰে এই নতুন দায়িত্ব সুচাৰুৰূপে পালন কৰি বিটিচিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিলোঁ।
নতুন দায়িত্বৰ সফলতা কামনা কৰিলো।

Jousrang Boro Official
33 No.Nonoi Serfang Mandal

নোনাই চেৰফাং মণ্ডলৰ ST মৰ্চাৰ সভাপতি শ্ৰী অনিল গঞাৰীৰ দেহাৱসানৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ।তেখেতৰ অকাল মৃত্যুত গভীৰ ...
23/09/2026

নোনাই চেৰফাং মণ্ডলৰ ST মৰ্চাৰ সভাপতি শ্ৰী অনিল গঞাৰীৰ দেহাৱসানৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ।
তেখেতৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। এই কঠিন সময়ত ভগৱানে পৰিয়ালবৰ্গক ধৈৰ্য আৰু শক্তি প্ৰদান কৰক।
তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। 🙏

Address

Orangajuli

Website

Alerts

Be the first to know and let us send you an email when 33 No.Nonoi Serfang Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share