SFI, Rangia

Call Directions

SFI, Rangia Change the world ! Change your education system! Change your self! Long live workers' peasants students' unity!

28/09/2026

কমৰেড আক্ৰামূলৰ কণ্ঠত এটি সুন্দৰ গীত

কামৰূপ জিলাৰ ৰঙিয়া, বৰম্বৈ আৰু বৰডেকপাৰত জুৱিন দিৱস উদযাপন কৰা হয়।ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ উদ্...
19/09/2026

কামৰূপ জিলাৰ ৰঙিয়া, বৰম্বৈ আৰু বৰডেকপাৰত জুৱিন দিৱস উদযাপন কৰা হয়।ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ উদ্যোগত জুৱিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, SFI-DYFIৰ উদ্যোগত বৰম্বৈত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বৰডেকপাৰত SFI- DYFIৰ উদ্যোগত নাহৰৰ পুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

19/09/2026
ছেপ্টেম্বৰ মাহ, ঋতু পৰিৱৰ্তনৰ সময়, ঠিক একেদৰেই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীৰ পৰা বিদায় লোৱাৰ সময়ো নিশ্চয়ক...
17/09/2026

ছেপ্টেম্বৰ মাহ, ঋতু পৰিৱৰ্তনৰ সময়, ঠিক একেদৰেই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীৰ পৰা বিদায় লোৱাৰ সময়ো নিশ্চয়কৈ।আহক সকলোৱে আমি জুৱিন গাৰ্গক এমুঠি শ্ৰদ্ধাঞ্জলি জনাই জুৱিন গাৰ্গৰ সপোনৰ অসম,সপোনৰ ভাৰত, সপোনৰ পৃথিৱীৰ গঢ়াৰ প্ৰতিজ্ঞাৰে অঙ্গীকাৰবদ্ধ হও।

৫০ শতাংশ disscount নহয় সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাৱীত আজি ৰঙিয়া মহাবিদ্যালয় প্ৰাঙ্গণত ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুক...
02/09/2026

৫০ শতাংশ disscount নহয় সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাৱীত আজি ৰঙিয়া মহাবিদ্যালয় প্ৰাঙ্গণত ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ SFI ৰঙিয়া মহাবিদ্যালয় শাখা আৰু ৰঙিয়া আঞ্চলিক কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।

পৰিকল্পিতভাৱে শিক্ষাক্ষেত্ৰত নমাই অনা হৈছে আক্ৰমণ।৭০ শতাংশ উপস্থিতি নথকা আৰু বেক থকা ছাত্ৰ-ছাত্ৰী সকলৰ বিনামূলীয়া নামভৰ...
25/08/2026

পৰিকল্পিতভাৱে শিক্ষাক্ষেত্ৰত নমাই অনা হৈছে আক্ৰমণ।৭০ শতাংশ উপস্থিতি নথকা আৰু বেক থকা ছাত্ৰ-ছাত্ৰী সকলৰ বিনামূলীয়া নামভৰ্তি কৰ্তন কৰা হৈছে।৫০শতাংশ discount ৰ দৰে কথা-বতৰাৰে বজাৰৰ পণ্যৰ সমপৰ্যায়ৰ কৰিব বিচৰা হৈছে শিক্ষাক। ৰাজহুৱা শিক্ষাৰ ওপৰত হোৱা এই আক্ৰমণে দিনক দিনক দিনে তীব্ৰতা লৈছে। শিক্ষাৰ ওপৰত হোৱা এই আঘাতৰ প্ৰত্যাঘাত ফিৰিয়াই দিয়াৰ স্বাৰ্থত আজি আমি ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ তৰফৰ পৰা ৰঙিয়া মহাবিদ্যালয়ত আমাৰ দাৱী সম্বলিত লিফলেট বিতৰণৰ কৰো।

আজি ৰঙিয়াৰ ধুহিত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।
23/08/2026

আজি ৰঙিয়াৰ ধুহিত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

"মই বিচাৰিছো হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা,শীতৰ শেষত ফাগুন অহাৰ যিহে আনিব আশা"৭০ শতাংশ উপস্থিতি আৰু বেক থকাৰ পিছতো বিনামূল...
17/08/2026

"মই বিচাৰিছো হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা,শীতৰ শেষত ফাগুন অহাৰ যিহে আনিব আশা"

৭০ শতাংশ উপস্থিতি আৰু বেক থকাৰ পিছতো বিনামূলীয়া নামভৰ্তি বাহাল ৰখাৰ দাৱীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) অসম ৰাজ্যিক কমিটীৰ উদ্যোগত কাহিলীপাৰা স্থিত DHE ঘেৰাও অভিযান

Address

Rangia, Kamrup
Rangia
1234

Telephone

+18486234028

Website

Alerts

Be the first to know and let us send you an email when SFI, Rangia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share