Rangia-Kamalpur Division Irrigation Rangia

Directions Website Contact the organization

Rangia-Kamalpur Division Irrigation Rangia RANGIA KAMALPUR DIVISION IRRIGATION RANGIA

৮০তম স্বাধীনতা দিৱসৰ গৌৰৱময় উদযাপন 🇮🇳Rangia Sub-Division (Irrigation), Rangia-ৰ কাৰ্যালয় চৌহদত সন্মানীয় Sri Amit Sing...
16/08/2026

৮০তম স্বাধীনতা দিৱসৰ গৌৰৱময় উদযাপন 🇮🇳

Rangia Sub-Division (Irrigation), Rangia-ৰ কাৰ্যালয় চৌহদত সন্মানীয় Sri Amit Singha, Assistant Executive Engineer-ৰ নেতৃত্বত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয়। 🇮🇳

দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি দেশৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰ্তব্য পালনৰ সংকল্প গ্ৰহণ কৰোঁ।

জয় হিন্দ! 🇮🇳
বন্দে মাতৰম! ❤️






🇮🇳 ৮০ তম স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণ 🇮🇳Rangia-Kamalpur Division (Irrigation), Rangia-ৰ কাৰ্যালয় চৌহদত সন্মানীয় Shri N...
15/08/2026

🇮🇳 ৮০ তম স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণ 🇮🇳

Rangia-Kamalpur Division (Irrigation), Rangia-ৰ কাৰ্যালয় চৌহদত সন্মানীয় Shri Nibaran Chandra Nath, Executive Engineer, -ৰ নেতৃত্বত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৮০তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। 🇮🇳

দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ।
জয় হিন্দ! 🇮🇳 | বন্দে মাতৰম! ❤️






🇮🇳 ৮০তম স্বাধীনতা দিৱসৰ গৌৰৱময় উদযাপন 🇮🇳Kamalpur Sub-Division (Irrigation), Kamalpur, Baregaon-ৰ কাৰ্যালয় চৌহদত সন্মান...
15/08/2026

🇮🇳 ৮০তম স্বাধীনতা দিৱসৰ গৌৰৱময় উদযাপন 🇮🇳

Kamalpur Sub-Division (Irrigation), Kamalpur, Baregaon-ৰ কাৰ্যালয় চৌহদত সন্মানীয় Smt. Jaya Roy Assistant Executive Engineer-ৰ নেতৃত্বত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয়। 🇮🇳

দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি দেশৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰ্তব্য পালনৰ সংকল্প গ্ৰহণ কৰোঁ।

জয় হিন্দ! 🇮🇳
বন্দে মাতৰম! ❤️






🇮🇳 “Vande Mataram” — দেশপ্ৰেমৰ একত্ৰিত কণ্ঠ 🇮🇳আজি ১৩ আগষ্ট ২০২৬ তাৰিখে, ৮০তম স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে চৰকাৰী নি...
13/08/2026

🇮🇳 “Vande Mataram” — দেশপ্ৰেমৰ একত্ৰিত কণ্ঠ 🇮🇳

আজি ১৩ আগষ্ট ২০২৬ তাৰিখে, ৮০তম স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে চৰকাৰী নিৰ্দেশনা অনুসৰি “Vande Mataram”ৰ সমবেত গীতত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা হয়।

At Rangia kamalpur Division Irrigation Rangia

Vande Mataram 🇮🇳
Jai Hind 🇮🇳

13/08/2026

🇮🇳 “Vande Mataram” — দেশপ্ৰেমৰ একত্ৰিত কণ্ঠ 🇮🇳

আজি ১৩ আগষ্ট ২০২৬ তাৰিখে, ৮০তম স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে চৰকাৰী নিৰ্দেশনা অনুসৰি “Vande Mataram”ৰ সমবেত গীতত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা হয়।

দেশপ্ৰেম, ঐক্য আৰু জাতীয় গৌৰৱৰ এই পৱিত্ৰ ক্ষণত সকলো বিষয়া-কৰ্মচাৰীৰ একত্ৰিত অংশগ্ৰহণে অনুষ্ঠানটো অধিক স্মৰণীয় কৰি তোলে। 🇮🇳❤️

Vande Mataram 🇮🇳
Jai Hind 🇮🇳





゚viralシ

Address

Rangia

Alerts

Be the first to know and let us send you an email when Rangia-Kamalpur Division Irrigation Rangia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Rangia-Kamalpur Division Irrigation Rangia:

Shortcuts

Share