Kamrup District Youth Congress Official

Directions

Kamrup District Youth Congress Official Kamrup District Youth Congress Committee
Social Media Official Account
Office- Rajiv Bhavan Rangia

15/09/2026
Heartiest congratulations and best wishes to Shri Bhupesh Baghel  Ji on his appointment as the In-Charge of the Assam Pr...
05/09/2026

Heartiest congratulations and best wishes to Shri Bhupesh Baghel Ji on his appointment as the In-Charge of the Assam Pradesh Congress Committee💐

🇮🇳 ৮০তম স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণ 🇮🇳আজি ৮০তম স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া ৰাজীৱ ভৱনত জাতীয় পতাকা উত্তোলন আৰু জাতিৰ প...
15/08/2026

🇮🇳 ৮০তম স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণ 🇮🇳

আজি ৮০তম স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া ৰাজীৱ ভৱনত জাতীয় পতাকা উত্তোলন আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

দেশৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীসহ অগণন বীৰৰ ত্যাগ আৰু আদৰ্শক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। তেওঁলোকৰ দেখুওৱা সত্য, অহিংসা, ঐক্য আৰু দেশপ্ৰেমৰ পথেৰে আগবাঢ়ি এখন শক্তিশালী আৰু শান্তিপূৰ্ণ ভাৰত গঢ়াৰ সংকল্প লওঁ।

স্বাধীনতা আমাৰ গৌৰৱ,
দেশপ্ৰেম আমাৰ শক্তি। 🇮🇳

জয় হিন্দ 🇮🇳
বন্দে মাতৰম 🇮🇳

্বাধীনতা_দিৱস #ৰঙিয়া_ৰাজীৱ_ভৱন #মহাত্মা_গান্ধী #শ্ৰদ্ধাঞ্জলি #জয়_হিন্দ

15/08/2026

80 years of Independence. A future waiting to be built!

For every young Indian who dreams bigger, speaks louder and refuses to settle for less.. this India is yours to shape.

Happy Independence Day! 🇮🇳

10/08/2026

Address

Rangia, Kamrup(Assam)
Rangia
781354

Website

Alerts

Be the first to know and let us send you an email when Kamrup District Youth Congress Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category