20/06/2026
*ৰাইজৰ জ্ঞাতাৰ্থে বিশেষ জাননী*
নিম্নলিখিত অঞ্চলসমূহৰ বিদ্যুৎ সেৱা উন্নত কৰাৰ উদ্দেশ্যে বিদ্যুৎ যোগান ব্যৱস্থা আৰু ফিডাৰসমূহ নতুনকৈ ভাগ কৰা হৈছে। এতিয়াৰে পৰা আপোনাৰ অঞ্চলটো তলৰ কোনটো কণ্ট্ৰল ৰূম বা ফিডাৰৰ অধীনত পৰিব, অনুগ্ৰহ কৰি চাই লওক:
নতুন গাহিয়া কণ্ট্ৰল ৰূম (Gahiya Control Room):
১. *গহিয়া ফিডাৰ*: তাৰাচক, গহিয়া, শিং ৰা দলং, কালজাহি, যশোদাৰ পাম আৰু চেমিবাইহা।
২. *বাগোদী ফিডাৰ*: হাঁহচৰা, বেচিমাৰি, বোৰিখামাৰ, বাগোদী, ৰঙিয়া নদীৰ পাম, জিৰো বজাৰ, কাহিকুচি, খৰ্ধৰা,ভাইৰাগুৰি আৰু পাকা বেটবাৰি।
৩. *আগদিয়া ফিডাৰ*: আগদিয়া আৰু বাৰ আগদীয়া।
৪. *ৰধাকুচি ফিডাৰ*: হাঁহচৰা, দেব্ৰাদি, ৰাধাকুচি আৰু খাৰুৱাপাৰা।
নসত্ৰ কণ্ট্ৰল ৰূম (Nosatra Control Room):
পুৰণা হাঁহচৰা ফিডাৰ: নসত্ৰ কণ্ট্ৰল ৰূমৰ পৰা কেৱল শিং ৰা দলং পৰ্যন্ত।
জৰুৰী সতৰ্কতা আৰু অনুৰোধ:
যিকোনো বিদ্যুৎ সম্পৰ্কীয় সমস্যা বা জৰুৰীকালীন অৱস্থাত (যেনে: তাঁৰ চিঙি পৰা, ফিউজ যোৱা আদি) আপোনাৰ অঞ্চলৰ নিৰ্ধাৰিত কণ্ট্ৰল ৰূমৰ সৈতেহে যোগাযোগ কৰক।
ধন্যবাদেৰে,
বিদ্যুৎ বিভাগ / নিয়ন্ত্ৰণ কক্ষ
📞 হেল্পলাইন নম্বৰ:
গহিয়া নিয়ন্ত্ৰণ কক্ষ -৯৩৬৫১৫৯১২১
নসত্ৰ নিয়ন্ত্ৰণ কক্ষ -৭৮৯৬০৫০৪২৯
ইয়াৰ ওপৰিও ১৯১২ যোগাযোগ কৰিব।