19/09/2026
১ম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি
এটা বছৰ পাৰ হ’ল, কিন্তু জুবিন গাৰ্গৰ সুৰ আৰু সৃষ্টিৰে ভৰা স্মৃতিবোৰ আজিও আমাৰ মাজত সজীৱ।
জুবিন দাৰ পবিত্ৰ স্মৃতিত শালগুৰি গাঁও পঞ্চায়তৰ উদ্যোগত বন্তি প্ৰজ্বলন, স্বচ্ছতা অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
তেখেতৰ সুৰে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।
জুবিন দা, আপোনাক সদায় শ্ৰদ্ধাৰে সোঁৱৰিম। 🙏🌱🪔
#জুবিনগাৰ্গ #শ্ৰদ্ধাঞ্জলি #স্বচ্ছতাঅভিযান #বৃক্ষৰোপণ