09/10/2026
বেলটতো পদুম, ইভিএমতো পদুম!
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে এক ঐতিহাসিক আৰু নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছে। পূৰ্বে কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মাৰ জয়লাভে বিশেষ তাৎপৰ্য বহন কৰিছে, য’ত কংগ্ৰেছ তৃতীয় স্থানলৈ অৱনমিত হৈছে।
এই বিপুল জনাদেশে প্ৰধানমন্ত্ৰীগৰাকীৰ ‘বিকশিত ভাৰত’ৰ দূৰদৰ্শী সংকল্পৰ প্ৰতি অসমবাসীৰ অবিচল আস্থা পুনৰ প্ৰমাণ কৰিলে।
নগাঁৱৰ প্ৰতিগৰাকী সন্মানীয় ভোটাৰ ৰাইজক আমাৰ আন্তৰিক ধন্যবাদ। লগতে মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনীতিন নবীন ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ মাৰ্গদৰ্শনত অহোপুৰুষাৰ্থ কৰা নিষ্ঠাবান কাৰ্যকৰ্তাসকললৈও গভীৰ কৃতজ্ঞতা জনালোঁ।
BJP Assam Pradesh BJYM Assam
BJP Sivasagar District