NSUI Borkhola
LA 14 BORKHOLA ASSEMBLY NSUI
05/10/2025
20/09/2025
আমাৰ সকলোৰে মৰমৰ, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ সন্মান জনাই আৰু তেওঁৰ আত্মাৰ শান্তি কামনাৰে আগন্তুক তিনি দিনৰ বাবে অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিবলৈ অসম ৰাজ্যিক NSUI সভাপতি শ্ৰী Kaushik Kashyap Kalita ডাঙৰীয়াই অসমৰ শিক্ষামন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰে।
ঔম শান্তি
Zubeen Garg
20/09/2025
The passing of Zubeen Garg is a terrible tragedy. His voice defined a generation, and his talent was truly unmatched.
He overcame personal tragedies to reshape the landscape of Assamese music. His perseverance and courage have left an enduring mark.
He will live on in our hearts and minds forever.
20/09/2025
"নিজানৰ গান মোৰ শেষ হব
ভাবো তোমাৰ বুকুত..."
অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ অসম ৰাজ্যিক NSUI তৰফৰ পৰা জনাইছোঁ শ্ৰদ্ধাঞ্জলি 🙏
Zubeen Garg
20/09/2025
Against all odds and the combined force of Admin, Govt & RSS-BJP, NSUI fought bravely in DU elections. With the trust of students, we secured the post of Vice President and reaffirm that win or loss — NSUI will always stand for students’ rights and protect the spirit of Delhi University.
Click here to claim your Sponsored Listing.
Location
Category
Contact the business
Website
Address
Silchar
