JMM Assam

JMM Assam

Share

Fulfilling the Legacy of Bhagwan Birsa Munda: A Pledge for Tribal Empowerment and Prosperity

09/04/2026

আজি কেৱল ভোটদানৰ দিন নহয়,
এইটো আপোনাৰ অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যৎ নিৰ্ধাৰণৰ দিন।

অসমৰ মাটিৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)য়ে সকলো সহযাত্রীসকলক আহ্বান জনাইছে—
নিশ্চয়কৈ নিজৰ ভোট প্ৰদান কৰক, কাৰণ আপোনাৰ প্ৰতিটো ভোট
অন্যায়, মিছা আৰু উপেক্ষাৰ বিপক্ষে আপোনাৰ স্বৰ।

একেলগে আপোনাৰ অধিকাৰ, আপোনাৰ মৰ্যাদা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে
তীৰ-ধনু চিহ্নত ভোট দিয়ক।

সংগ্ৰাম ৰুকিব নোৱাৰিব, সংগ্ৰাম জিকিব।

জয় অসম!
জোহাৰ!

09/04/2026

আমাৰ ভোটদান কৰাটোৱেই আমাৰ কৰ্তব্য

লোকতন্ত্ৰৰ উৎসৱ হৈছে নিৰ্বাচন

অসমৰ মহান জনতা, অসমৰ উজ্জ্বল ভৱিষ্যত আৰু সুখ–শান্তিৰ বাবে, আদিবাসীসকলৰ ন্যায় আৰু সন্মানৰ বাবে আপুনি নিশ্চয় নিজৰ ভোটদান কৰক

প্ৰথমে ভোটদান, তাৰ পাছত জলপান

08/04/2026

৯ এপ্ৰিলত অসম বাছি ল'ব তীৰ-ধনুক, কাৰণ এইটোৱেই সেই চিন যিয়ে আদিবাসী একতা, সন্মান আৰু নতুন অসমৰ সপোন সাকাৰ কৰিব।

08/04/2026

জয় জোঁহাৰ বন্ধুসকল, আমাৰ যুঁজ কেৱল নিৰ্বাচনৰ নহয়, নতুন অসমৰ ভেটি স্থাপনৰ, য'ত আদিবাসী একতাৰে প্ৰতিটো সপোন সাকাৰ হ'ব।

08/04/2026

হেমন্ত সোৰেন দাৰ সৈতে প্ৰতিজন আদিবাসী থিয় দিছে, ST দৰ্জা, বিকাশ আৰু সন্মানৰ বাবে তীৰ-ধনুৱেই আমাৰ অস্ত্ৰ, জয় জোঁহাৰ।

08/04/2026

চাহবাগানৰ মাটিৰ পৰা যি মাত সোনাল হৈছে, সেয়া কেৱল তীৰ-ধনুৰ চিনৰ দ্বাৰাই পূৰ্ণ হ'ব, কাৰণ এইটোৱেই নতুন অসমৰ প্ৰকৃত পৰিচয়।

08/04/2026

যেতিয়ালৈকে জল-জংঘল-মাটি সুৰক্ষিত নহয়, তেতিয়ালৈকে আদিবাসীৰ বিকাশ অসম্পূৰ্ণ, গতিকে ৯ এপ্ৰিলত তীৰ-ধনু বাছি হেমন্ত সোৰেনক শক্তিশালী কৰক।

08/04/2026

অসমৰ ট্ৰাইবেলসকলৰ একতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি, তীৰ-ধনুৰ চিন বাছি আমি নতুন অসমত সুশাসন আৰু সন্মানৰ নিদৰ্শন ৰাখিম।

08/04/2026

হেমন্ত সোৰেন দাই কৈছে যে চাহ জনজাতিক ST দৰ্জা নোপোৱাকৈ অসমৰ বিকাশ সম্ভৱ নহয়, গতিকে আহক তীৰ-ধনুক ভোট দিওঁ।

08/04/2026

জয় জোঁহাৰ, আদিবাসী একতা জিন্দাবাদ! আমাৰ যুঁজ জল-জংঘল-মাটিৰ অধিকাৰৰ বাবে, যিটো তীৰ-ধনুৰ লগত হে জিকা যাব।

08/04/2026

হেমন্ত সোৰেন দাৰ নেতৃত্বত আদিবাসী একতাই এতিয়া সৃষ্টি কৰিব নিদৰ্শন, চাহ জনজাতিৰ পৰা আৰম্ভ কৰি জল-জংঘল-মাটিলৈকে প্ৰতিটো অধিকাৰ নিশ্চিত হ'ব।

Want your business to be the top-listed Government Service in Silchar?

Click here to claim your Sponsored Listing.

Location

Website

Address


Assam
Silchar