Sonapur Government Old Age Home,

Call Directions Contact the organization

Sonapur Government Old Age Home, Sonapur Government Old Age Home, Sonapur, Opposite Digaru Gate, Kamrup. Mobile No- 9864048360

ভাৰতৰ  যশস্বী প্ৰধানমন্ত্ৰী তথা বিশ্ববৰেন‍্য নেতা মাননীয়শ্ৰীযুত নৰেন্দ্ৰ মোডী দেৱৰ ওপজা দিন উপলক্ষে ভগৱান পৰমপিতাৰ ওচৰত ...
17/09/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী তথা বিশ্ববৰেন‍্য নেতা মাননীয়
শ্ৰীযুত নৰেন্দ্ৰ মোডী দেৱৰ ওপজা দিন উপলক্ষে ভগৱান পৰমপিতাৰ ওচৰত তেখেতৰ সু স্বাস্হ‍্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসৰ ককা আইতাসকলে বন্তি প্ৰজ্জ্বলন কৰে।

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মানৱদৰদী ড: হিমন্ত বিশ্ব শৰ্মা দেৱৰ সু পুত্ৰ নন্দিলৰ ওপজা দিন। আমাৰ বৃদ্ধাৱাসৰ ককা আইতাসকলে...
27/08/2026

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মানৱদৰদী ড: হিমন্ত বিশ্ব শৰ্মা দেৱৰ সু পুত্ৰ নন্দিলৰ ওপজা দিন। আমাৰ বৃদ্ধাৱাসৰ ককা আইতাসকলেও আজিৰ দিনটো বৰ আনন্দ উলাহেৰে উদযাপন কৰে। নন্দিলৰ ওপজা দিন উপলক্ষ‍ে ককা - আইতাসকলে নাম প্ৰসংগ কৰি ভগৱানৰ শ্ৰীচৰণত নন্দিলৰ সুখ, শান্তি, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা কৰে। উল্লেখযোগ‍্য অসমৰ মাননীয় মুখ‍্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰচেষ্টাতে সোনাপুৰ চৰকাৰী বৃদ্ধাৱাস প্ৰতিষ্ঠা হৈছিল। আশ্ৰমখন প্ৰতিষ্ঠাৰ সময়ৰ পৰাই তেখেতে ককা আইতাসকলৰ সকলো সুবিধা অসুবিধাৰ বিষয়ে সততে নজৰ দি আহিছে। লগতে আইতা ককা সকলক নিয়মীয়াকৈ নতুন নতুন কাপোৰ, খাদ‍্য সামগ্ৰী আদি ও যোগান ধৰি আহিছে।
Happy Birthday dearest Nandil❤️






Sonapur Government Old Age Home,

আজি সোনাপুৰ চৰকাৰী বৃদ্ধাৱাস এ পঞ্চম বৰ্ষপূৰ্তি পূৰ্ণ কৰিলে। এই চেগতে আকৌ এবাৰ ককা -  আইতাসকলৰ অতি মৰমৰ সন্তান ও নাতি স্...
20/08/2026

আজি সোনাপুৰ চৰকাৰী বৃদ্ধাৱাস এ পঞ্চম বৰ্ষপূৰ্তি পূৰ্ণ কৰিলে। এই চেগতে আকৌ এবাৰ ককা - আইতাসকলৰ অতি মৰমৰ সন্তান ও নাতি স্বৰূপ অসমৰ মাননীয় মুখ‍্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আন্তৰিক ধন‍্যৱাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মাননীয় মুখ‍্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰত‍্যক্ষ সহযোগিতা অবিহনে অতি সুন্দৰকৈ এই আশ্ৰম খন পৰিচালনা কৰা সম্ভৱ নহলহেতেন।মাননীয় মুখ‍্যমন্ত্ৰী মহোদয়ৰ একমাত্ৰ আন্তৰিক প্ৰচেষ্টাৰ ফলতে ককা আইতাসকলে এক নতুন জীৱন লাভ কৰিবলৈ সক্ষম হল।

Ministry of Social Justice and Empowerment, Government of India

Sonapur Government Old Age Home,

সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত ককা - আইতাসকলে আমাৰ দেশৰ ৮০ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ কেইটামান মুহূৰ্ত।
15/08/2026

সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত ককা - আইতাসকলে আমাৰ দেশৰ ৮০ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ কেইটামান মুহূৰ্ত।

কালি ডিমৰীয়া সমজিলা আয়ুক্ত মাননীয় শ্ৰীযুত কংকন শৰ্মা দেৱে সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত উপস্থিত হৈ বৃদ্ধাৱাসৰ ককা - আইতাসকলৰ...
18/07/2026

কালি ডিমৰীয়া সমজিলা আয়ুক্ত মাননীয় শ্ৰীযুত কংকন শৰ্মা দেৱে সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত উপস্থিত হৈ বৃদ্ধাৱাসৰ ককা - আইতাসকলৰ লগত মত বিনিময় কৰাৰ লগতে তেখেতসকলৰ সুবিধাৰ্থে মূল পথৰ লগত সংলগ্ন হোৱাকৈ এটা উপ পথৰ সু ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিয়ে। লগতে ককা - আইতাসকলক লঘু আহাৰ আৰু ফল-মূল প্ৰদান কৰে ।

কামৰূপ মহানগৰ জিলাৰ মাননীয় অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা জোনটি ডেকা বাইদেউ এ আজি সোণাপুৰ চৰকাৰী বৃদ্ধাৱাস পৰিদৰ্শন কৰি ককা...
16/07/2026

কামৰূপ মহানগৰ জিলাৰ মাননীয় অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা জোনটি ডেকা বাইদেউ এ আজি সোণাপুৰ চৰকাৰী বৃদ্ধাৱাস পৰিদৰ্শন কৰি ককা - আইতা সকলৰ স্বাস্থ্য আৰু তেখেতসকলৰ বিভন্ন সমস্যাৰ বুজ লয়। মাননীয় অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা জোনটি ডেকা বাইদেউৰ সৈতে অসম চৰকাৰৰ জিলা সমাজ কল্যাণ বিষয়া (DSW) শ্ৰীযুতা ৰুবী কলিতা বাইদেউ আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া শ্ৰীযুতা শেৱালী চৌধুৰী বাইদেউ উপস্থিত থাকে।

04/07/2026

আজি সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত ডাঃ আকাশী হাজৰীকা বাইদেউ এ ককা আইতাসকলৰ সৈতে নিজৰ জন্মদিন উদযাপন কৰাৰ লগতে দুপৰীয়াৰ আহাৰৰ সু ব‍্যৱস্হা কৰে। এই চেগতে বাইদেউলৈ জন্মদিনৰ ওলগ আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

Sonapur Government Old Age Home,

আজি সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত এছ এছ বি ৰ উদ‍্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কেইটামান বিশেষ মুহূৰ্ত।
03/07/2026

আজি সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত এছ এছ বি ৰ উদ‍্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কেইটামান বিশেষ মুহূৰ্ত।

অসম চৰকাৰৰ সামাজিক ন‍্যায় আৰু সৱলীকৰণ বিভাগৰ মাননীয় মন্ত্ৰী তথা গোলোকগঞ্জ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ শ্...
30/06/2026

অসম চৰকাৰৰ সামাজিক ন‍্যায় আৰু সৱলীকৰণ বিভাগৰ মাননীয় মন্ত্ৰী তথা গোলোকগঞ্জ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ দেৱৰ আজি ওপজা দিন। অসম চৰকাৰৰ সুদক্ষ‍ মন্ত্ৰীগৰাকীৰ ওপজা দিনটোত সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসৰ ককা আইতাসকলৰ তৰফৰ পৰাও যাচিছোঁ ওলগ আৰু অলেখ শুভকামনা । ছাৰৰ সুস্বাহ‍্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

Address

Sonapur
782401

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm
Sunday 10am - 5pm

Telephone

+19864048360

Website

Alerts

Be the first to know and let us send you an email when Sonapur Government Old Age Home, posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sonapur Government Old Age Home,:

Shortcuts

Share