31/10/2026
অসমৰ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস শ্ৰী Sarbananda Sonowal ডাঙৰীয়াৰ পবিত্ৰ ওপজা দিন উপলক্ষে চৰাইদেউ জিলা বিজেপিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা উলগ জনালোঁ।
অসমৰ সামগ্ৰিক বিকাশ, প্ৰগতি আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা নিস্বাৰ্থ সেৱা আৰু শক্তিশালী নেতৃত্ব আমাৰ বাবে চিৰকাল আদৰ্শ হৈ ৰব।
মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰেই বিশাল হৃদয়ৰ অধিকাৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু কৰ্মময় জীৱনৰ উত্তৰোত্তর সফলতাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
াইদেউ
BJP Assam Pradesh Nitumoni Prodhan