Voice of Sorbhog

Directions Contact the organization

Voice of Sorbhog ভৌগোলিকভাৱে সৰভোগ 26°30′N 90°52′E / 26.50°N 90.87°E ত অৱস্থিত৷ Twitter Handle:

04/10/2026

I got over 100 reactions on one of my posts last week! Thanks everyone for your support! 🎉

জনসেৱাৰ দায়িত্ব, সংগঠনৰ সমন্বয় আৰু তৃণমূলৰ সৈতে সম্পৰ্ক—এই তিনিটাই হৈছে সুস্থ ৰাজনৈতিক পৰিকাঠামোৰ মূল ভেটি।অসম বিধানসভ...
04/10/2026

জনসেৱাৰ দায়িত্ব, সংগঠনৰ সমন্বয় আৰু তৃণমূলৰ সৈতে সম্পৰ্ক—এই তিনিটাই হৈছে সুস্থ ৰাজনৈতিক পৰিকাঠামোৰ মূল ভেটি।

অসম বিধানসভাৰ মাননীয় অধ্যক্ষ তথা ২১ নং ভৱানীপুৰ–সৰভোগ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ অনুপস্থিতিত সমষ্টিৰ জনসাধাৰণৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিভিন্ন স্তৰত দায়িত্ব অৰ্পণ কৰা হৈছে।

এই দায়িত্বৰ অংশ হিচাপে মাদুলীঝাৰ গাঁও পঞ্চায়তৰ দায়িত্ব লাভ কৰা শ্ৰীযুত ভূপাল শৰ্মা ডাঙৰীয়াক আজি মাদুলীঝাৰ ব্ৰাহ্মণপাৰা গাঁৱৰ যুৱ সমাজে আন্তৰিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

তৃণমূল পৰ্যায়ৰ জনসাধাৰণ, দলীয় কাৰ্যকৰ্তা, মিত্ৰদলৰ কাৰ্যকৰ্তা আৰু জনপ্ৰতিনিধিসকলৰ সৈতে সু-সমন্বয় গঢ়ি তুলি জনসেৱামূলক কাম-কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত এই দায়িত্বই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

জনতাৰ কাষত, সংগঠনৰ সৈতে আৰু উন্নয়নৰ পথত—মাদুলীঝাৰৰ পৰা একত্ৰিতভাৱে আগুৱাই যোৱাৰ সংকল্প।
#ভূপালশৰ্মা #মাদুলীঝাৰ #ব্ৰাহ্মণপাৰা #ভৱানীপুৰসৰভোগ #জনসেৱা #তৃণমূলসংগঠন #জনতাৰকাষত
Ranjeet Kumar Dass

বিশ্ব শিল্পী যাদুকৰী কন্ঠেৰে কেইবা দশকজুৰি কোটি কোটি জনতাৰ হৃদয় দখল কৰি ৰখা প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গ...
19/09/2026

বিশ্ব শিল্পী যাদুকৰী কন্ঠেৰে কেইবা দশকজুৰি কোটি কোটি জনতাৰ হৃদয় দখল কৰি ৰখা প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।🙏

বৰনগৰ ষ্টাডি পইণ্টৰ উদ্যোগত জুবিন দিৱস উপলক্ষে বৰনগৰ অঞ্চল ভিত্তিত লিখিত কুইজ প্ৰতিযোগিতা অনুস্থিত হ'ব।বিষয় -জুবিন গাৰ্...
16/09/2026

বৰনগৰ ষ্টাডি পইণ্টৰ উদ্যোগত জুবিন দিৱস উপলক্ষে বৰনগৰ অঞ্চল ভিত্তিত লিখিত কুইজ প্ৰতিযোগিতা অনুস্থিত হ'ব।

বিষয় -জুবিন গাৰ্গ জীৱন আৰু কৰ্মৰাজি

15/09/2026

সৰভোগ পৌৰসভা আৰু চেম্বাৰ্চ অ’ফ কমাৰ্চৰ উদ্যোগত সৰভোগ দৈনিক বজাৰৰ জুবিন কেন্দ্ৰত প্ৰথম বাৰ্ষিক জুবিন দিৱস উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে।
উক্ত অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে উপস্থিত থাকিব কণ্ঠশিল্পী নয়ন বিকাশ।

15/09/2026

সৰভোগ পৌৰসভা আৰু চেম্বাৰ্চ অ’ফ কমাৰ্চৰ উদ্যোগত সৰভোগ দৈনিক বজাৰৰ জুবিন কেন্দ্ৰত প্ৰথম বাৰ্ষিক জুবিন দিৱস উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে।
উক্ত অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে উপস্থিত থাকিব কণ্ঠশিল্পী ৰেণু ৰাজবংশী।

🙏 জয় গুৰু 🙏🌸 পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ ১৩৯ তম্ জন্ম মহোৎসৱ 🌸অহাকালি ওপৰত উল্লেখ কৰা কাৰ্যসূচী অনু...
15/09/2026

🙏 জয় গুৰু 🙏

🌸 পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ ১৩৯ তম্ জন্ম মহোৎসৱ 🌸

অহাকালি ওপৰত উল্লেখ কৰা কাৰ্যসূচী অনুসৰি বৰপেটা ৰোড খৈৰাবাৰী সৎসঙ্গ মন্দিৰত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ পৱিত্ৰ জন্ম মহোৎসৱটি ভক্তি আৰু আনন্দময় পৰিৱেশত অনুষ্ঠিত কৰা হ’ব।
এই পৱিত্ৰ অনুষ্ঠানত সকলো গুৰু ভ্ৰাতা, ভগ্নী, দাদা আৰু মা-ক সাদৰে উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে একান্তভাৱে আহ্বান জনালোঁ।

আহক, সকলোৱে একেলগে গুৰুৰ পৱিত্ৰ সান্নিধ্যত মিলিত হৈ প্ৰেম, ভক্তি আৰু সেৱাৰ এই শুভ ক্ষণটি উদযাপন কৰোঁ। 🌺🙏

জয় গুৰু 🙏
শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ চৰণত শতকোটি প্ৰণাম। 🌸

📢 নিচামুক্ত সমাজ গঢ়াৰ দিশত চৰকাৰৰ নতুন পদক্ষেপ।প্ৰতিটো সমষ্টিত চৰকাৰে স্থাপন কৰিব নিচামুক্তি কেন্দ্ৰ।🚫 ব্যক্তিগত নিচামু...
15/09/2026

📢 নিচামুক্ত সমাজ গঢ়াৰ দিশত চৰকাৰৰ নতুন পদক্ষেপ।

প্ৰতিটো সমষ্টিত চৰকাৰে স্থাপন কৰিব নিচামুক্তি কেন্দ্ৰ।

🚫 ব্যক্তিগত নিচামুক্তি কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা চৰকাৰৰ।

নিচাৰ কবলৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰি এখন সুস্থ, সুন্দৰ আৰু নিচামুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

💙 নিচামুক্ত সমাজ—সুস্থ সমাজ, শক্তিশালী ভৱিষ্যৎ।
CMO Assam
Himanta Biswa Sarma

15/09/2026

📍 দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত ৬৯ সংখ্যক Commonwealth Parliamentary Conferenceত অধ্যক্ষ ৰণজিৎ কুমাৰ দাস।

বিধায়ক ৰণজিৎ কুমাৰ দাসৰ অনুপস্থিতিত মাদুলীঝাৰ পঞ্চায়তৰ সমন্বয়ক দায়িত্ব নুৰ উদ্দিন আহমেদক  অৰ্পণ
14/09/2026

বিধায়ক ৰণজিৎ কুমাৰ দাসৰ অনুপস্থিতিত মাদুলীঝাৰ পঞ্চায়তৰ সমন্বয়ক দায়িত্ব নুৰ উদ্দিন আহমেদক অৰ্পণ





Address

Sorbhog Main Road
Sorbhog
781317

Website

Alerts

Be the first to know and let us send you an email when Voice of Sorbhog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Voice of Sorbhog:

Shortcuts

Share