30/05/2026
ইয়াৰ জৰিয়তে সমূহ গ্ৰাহকক অৱগত কৰা হয় যে সৰভোগ বৈদ্যুতিক উপসংমণ্ডলৰ অধীনৰ 11 KV টাউন বেকী ফিডাৰ (Beki feeder) আৰু কামাৰগাঁও ফিডাৰৰ (Kamargaon feeder) জৰুৰী ১১ কে.ভি. (11 KV) লাইন মেৰামতি কামৰ বাবে অহাকাইলৈ (৩১-০৫-২০২৬ )ৰাতিপুৱা ৫:০০ বজাৰ পৰা ৯:০০ বজালৈ সাময়িকভাৱে বিদ্যুৎ যোগান বন্ধ থাকিব। অনাগত shutdown বা বন্ধৰ সময়ছোৱাৰ বাবে সকলোৱে নিজৰ প্ৰয়োজনীয় কাম-কাজবোৰ আগতীয়াকৈ সম্পূৰ্ণ কৰি সাজু হৈ থাকিব। আৰু ইয়াৰ বাবে সন্মানীয় গ্ৰাহকসকলৰ হোৱা অসুবিধাৰ বাবে আমি আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছোঁ।
Regards
SDE Sorbhog ESD
This is to inform all consumers that due to urgent maintenance work on the 11 KV lines under the Sorbhog Electrical Sub-Division, specifically the 11 KV Town Beki Feeder and Kamargaon Feeder, the power supply will be temporarily suspended tomorrow (31-05-2026) from 5:00 AM to 9:00 AM.Everyone is requested to complete their essential tasks in advance and be prepared for the upcoming shutdown period. We sincerely regret the inconvenience caused to our esteemed consumers.
Regards,
SDE Sorbhog ESD