Hope & Humanity Foundation by Gunjan Borah

Call Directions Website Contact the organization

Hope & Humanity Foundation by Gunjan Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hope & Humanity Foundation by Gunjan Borah, Social service, Tezpur.

Non-Profit-Organization - India, Tezpur , Assam - Contact only for this Page - 8638037940 . মানুহে মানুহৰ বাবে - আহক আমি সকলো এজনে আনজনৰ সহায় হওঁ । নথকা জনক অকনমান সহায়ৰ হাত আগবঢ়াওঁ - সহযোগ কৰিবলৈ যোগাযোগ কৰিব - 8638037940

12/10/2026

আমাৰ মৰমৰ "মালভোগ"ক আজি সুখী কৰিলো । আপুনিও ভাল পাব ❤️ তাৰ দেউতাক নাই , ঈশ্বৰে তাক খোজ কাঢ়িব পৰা নকৰিলে । মা'ক সতে এনেদৰেই জীৱনটো আগবাঢ়াইছে

এতিয়াৰ পৰা Hope & Humanity Foundation by Gunjan Borah এটা চৰকাৰী পঞ্জিকৃত NGO || আহক একেলগে আগবাঢ়ি যাওঁ ।
20/09/2026

এতিয়াৰ পৰা Hope & Humanity Foundation by Gunjan Borah এটা চৰকাৰী পঞ্জিকৃত NGO || আহক একেলগে আগবাঢ়ি যাওঁ ।






18/09/2026

পিতৃ-মাতৃহীন এজন যুৱক ৬ বছৰে অসুস্থ , চিকিৎসাৰ বাবে মাটিও বিক্ৰী কৰিলে । কেইটামান ঔষধ বিচাৰিছিল , অকণমান সহায় কৰাৰ প্ৰয়াস কৰিলো ।





গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ 🙏🏻 প্ৰভু শ্ৰী গণেশ আৰু বজৰংৱলী হনুমানৰ কৃপাত সমাজৰ বাবে এজনে আনজনৰ সহায় হওঁ আহক 🙏🏻
14/09/2026

গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ 🙏🏻 প্ৰভু শ্ৰী গণেশ আৰু বজৰংৱলী হনুমানৰ কৃপাত সমাজৰ বাবে এজনে আনজনৰ সহায় হওঁ আহক 🙏🏻

সাধ্য অনুসৰি এজনে আনজনক অকণমান সহায় কৰিব পৰাটোহে জীৱন ❤️
13/09/2026

সাধ্য অনুসৰি এজনে আনজনক অকণমান সহায় কৰিব পৰাটোহে জীৱন ❤️


07/09/2026

তেওঁ খোজকাঢ়িব নোৱাৰে , হাত দুখনেই তেওঁৰ সঁহাৰি । প্ৰতিটো জীৱই একো একোটা কাহিনী ....




শুভ জন্মাষ্টমী 🙏🏻
04/09/2026

শুভ জন্মাষ্টমী 🙏🏻

01/09/2026

ভোক কেৱল আমাৰহে নালাগে... সকলোৰে লাগে মাথোঁ সকলোৰে সেই সুবিধা নাথাকে । আজি তেজপুৰ টাউনত এনেদৰেই 🤝


ধেমাজিলৈ যাওঁতে বান্দৰদেৱাত এই লোক জনে দোকানৰ সন্মুখত ভিক্ষা বিচাৰি থকা দেখা পাইছিলোঁ । তেওঁৰ হাতত এটা ক'লা সৰু পলিথিন আ...
29/08/2026

ধেমাজিলৈ যাওঁতে বান্দৰদেৱাত এই লোক জনে দোকানৰ সন্মুখত ভিক্ষা বিচাৰি থকা দেখা পাইছিলোঁ । তেওঁৰ হাতত এটা ক'লা সৰু পলিথিন আছিল কি আছে বুলি চাওঁতে দেখিছিলো এটা ১০ টকীয়া মাজা মেংগ' পেকেট আৰু এটা চক'পাই , হয়তো তেওঁ সেইয়া নাতিৰ বাবে লৈছে । হাতত এটা মাথোঁ ১০ টকা আছিল যিটো তেওঁ গাড়ী ভাড়া হিচাপে ৰাখিছিল । তেখেতৰ লগত কথা পাতি বুজিছিলোঁ যে তেওঁৰ তিনিটা পুত্ৰ আছে যদিও বিয়া পতাৰ পিছত মাক-দেউতাকক কিছু অৱহেলা কৰে । তেখেতক সাধ্য অনুসৰি কিছু খাদ্য সামগ্ৰী কিনি দিছিলোঁ 🙏🏻

Address

Tezpur
784150

Alerts

Be the first to know and let us send you an email when Hope & Humanity Foundation by Gunjan Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hope & Humanity Foundation by Gunjan Borah:

Shortcuts

Share

Category