BJP Nagshankar Mandal

Directions Website

BJP Nagshankar Mandal For various party schedules in Nagshankar Mandal and Naduar Assembly areas

নাগশঙ্কৰ অঞ্চলৰ যুৱক কল্যাণ দ্বীপ বৰাই( কাজু) অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা এক বিশেষ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়া...
07/10/2026

নাগশঙ্কৰ অঞ্চলৰ যুৱক কল্যাণ দ্বীপ বৰাই( কাজু) অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা এক বিশেষ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমান কাজিৰঙা অঞ্চলত বন বিভাগৰ বিষয়া হিচাবে কৰ্মৰত যুৱক জনৰ এই সন্মানৰ বাবে আমি অতিশয় আনন্দিত হৈছোঁ, তেখেতলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।।

নাগশঙ্কৰ মণ্ডলৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক স্বপন দাসলৈ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা দিনবো...
06/10/2026

নাগশঙ্কৰ মণ্ডলৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক স্বপন দাসলৈ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা দিনবোৰত আপোনাৰ সুন্দৰ জীৱন কামনা কৰিলোঁ।।

06/10/2026
শোক বাৰ্তা::চতিয়া উদয়পুৰ গাঁৱৰ নিবাসী স্বৰ্গীয় জুৰি বৰুৱা এগৰাকী অমায়িক আৰু শান্ত প্ৰকৃতিৰ মহিলা আছিল। গাঁও খনৰ আটাই...
05/10/2026

শোক বাৰ্তা::
চতিয়া উদয়পুৰ গাঁৱৰ নিবাসী স্বৰ্গীয় জুৰি বৰুৱা এগৰাকী অমায়িক আৰু শান্ত প্ৰকৃতিৰ মহিলা আছিল। গাঁও খনৰ আটাইৰে আপোন জুৰি বৰুৱাই শিক্ষা বৃত্তিৰে পৰিয়াল পোষণ কৰি আছিল আৰু ইতিমধ্যে স্বামী হেৰুওৱা পিছত তেখেতৰ সৈতে দুই কন্যাই তেওঁৰ সমল আছিল।

আজিৰ পৰা কিছু দিন পূৰ্বে এক আকস্মিক অসুস্থতাৰ সন্মুখীন হৈ জুৰি বৰুৱা তিনি দিন আগতে জীৱন যুঁজত হাৰ মানিব লগীয়া হয়। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি শান্তি কামনাৰে আজি তেখেতৰ বাসগৃহত নাগশংকৰ মণ্ডল সমিতিৰ বিষয়ববীয়া, মহিলা মৰ্চা, যুৱ মৰ্চা আৰু টীম নদুৱাৰৰ সদস্য বৰ্গ উপস্থিত হয় আৰু আত্মীয় সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।।

05/10/2026

নাগশংকৰ মণ্ডলৰ অন্তৰ্গত কছাৰী গাঁৱৰ বাকৰিত স্থাপিত ITI college, আমাৰ চৰকাৰৰ দিনত নিৰ্মাণ হোৱা এক উল্লেখযোগ্য সম্পদ।।

05/10/2026
03/10/2026

সুন্দৰ ভাবে বিধায়ক মহোদয়ৰ প্ৰতি কৃতজ্ঞতা জনালে নদুৱাৰৰ যুৱ প্ৰজন্মই।।

02/10/2026

নদুৱাৰ সমষ্টিৰ চকীঘাটত বেদলখল মুক্ত ভূমিত এতিয়া বিভিন্ন ধৰণৰ ৰাজহুৱা আৰু সামাজিক প্ৰতিষ্ঠান নিৰ্মাণ হৈ উঠিছে। নদুৱাৰ লৈ এনে পৰিবেশ অনাৰ বাবে বিজেপি চৰকাৰক শলাগ ললে স্থানীয় যুৱকে।।

02/10/2026

চতিয়া নাট্য ভৱন - নদুৱাৰ সমষ্টিৰ গৌৰৱ আৰু ঐতিহ্যপূৰ্ণ এক মঞ্চ ।
Padma Hazarika Himanta Biswa Sarma

নাগশংকৰ মণ্ডলৰ যুৱ মৰ্চাৰ সক্ৰিয় যুৱ সদস্য ময়ুৰ বৰা লৈ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আপোনাৰ সকলো মনোবাঞ্ছা পূৰণ হ...
02/10/2026

নাগশংকৰ মণ্ডলৰ যুৱ মৰ্চাৰ সক্ৰিয় যুৱ সদস্য ময়ুৰ বৰা লৈ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আপোনাৰ সকলো মনোবাঞ্ছা পূৰণ হওক সেয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ।।

Address

Sotia Naduwar
Tezpur
784175

Website

Alerts

Be the first to know and let us send you an email when BJP Nagshankar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share