Tinsukia District Administration

Call Directions Website Contact the organization

Tinsukia District Administration Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tinsukia District Administration, Government Organization, Tinsukia.

Geographical Indicators
Eastern most district of Assam
Surrounded by the hills of Arunachal Pradesh, Dibrugarh dt of Assam
Arunachal Bordering Districts : Changlang, Lower Dibang, East Siang, Lohit
Height above sea level : 147.83 to 148.30 Mtrs. Population Statistics
Total : 1,316,948 (2011 census)
Male : 675,986
Female : 640,962
S*x Ratio : 948
District H.Q. : Tinsukia

05/11/2026
05/11/2026
*🏆 খেল মহাৰণ ৩.০ — শিশু ক্ৰীড়া সমাৰোহ 🏆**আহক, আমাৰ শিশুসকলৰ প্ৰতিভাক একেলগে উৎসাহিত কৰোঁ!*তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্...
05/11/2026

*🏆 খেল মহাৰণ ৩.০ — শিশু ক্ৰীড়া সমাৰোহ 🏆*

*আহক, আমাৰ শিশুসকলৰ প্ৰতিভাক একেলগে উৎসাহিত কৰোঁ!*

তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত অহা *৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ, ২০২৬* লৈ জিলাখনৰ ৬টা বিধানসভা সমষ্টি — *তিনিচুকীয়া, মাকুম, ডুমডুমা, ডিগবৈ, শদিয়া আৰু মাৰ্ঘেৰিটা* — ৰ অন্তৰ্গত *৮৬ খন গাঁও পঞ্চায়ত (GP) আৰু ৬ খন পৌৰসভা (ULB)* এলেকাত খেল মহাৰণ ৩.০ ৰ *শিশু ক্ৰীড়া সমাৰোহ* অনুষ্ঠিত হ'ব।

এই সমাৰোহ কেৱল এখন প্ৰতিযোগিতা নহয় —
ই হৈছে আমাৰ গাঁৱৰ, আমাৰ চহৰৰ ল'ৰা-ছোৱালীয়ে নিজৰ সাহস, দক্ষতা, শৃংখলা আৰু দলীয় মনোভাৱ দেখুৱাবলৈ পোৱা এক ডাঙৰ মঞ্চ।

সেয়ে সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক, ক্ৰীড়া প্ৰশিক্ষক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজক অনুৰোধ — আহক, আমাৰ শিশুসকলৰ কাষত থিয় হওঁ, তেওঁলোকক উৎসাহ দিওঁ আৰু এই ক্ৰীড়া উৎসৱক সফল কৰি তোলোঁ।

*📅 তাৰিখ: ৭ - ২০ নৱেম্বৰ, ২০২৬*
*📍 স্থান: আপোনাৰ নিজৰ GP / ULB এলেকা*
*📋 সময়সূচী: সংলগ্ন কৰা হৈছে*

খেলিবলৈ সাজু নে?
তেন্তে মিলি যাওঁ খেলৰ ময়দানত!
Directorate of Information and Public Relations, Assam জনসংযোগ তিনিচুকীয়া CMO Assam MyGov Assam Co-District Commissioner, Makum Co District Administration Sadiya Co-District Commissioner Margherita Digboi Co-District Administration Doomdooma Co-District Administration Department of Sports, Government of Assam

05/11/2026
05/11/2026

শদিয়া সমজিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰান্তত গুৰুত্বপূৰ্ণ জাননী।

04/11/2026

৩৬ নং শদিয়া সমষ্টিত মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC)ৰ নিৰ্বাচনী জাননী জাৰি।

04/11/2026

ঘাম কৃষকৰ, লাভো কৃষকৰ! মধ্যভোগীক বিদায় দি পোনপটীয়া উপাৰ্জনৰ নিশ্চিতি।

অভিলেখসংখ্যক ৮.৪৯ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰা আমাৰ ১৮১টা চৰকাৰী কেন্দ্ৰৰ জৰিয়তে প্ৰতি কুইণ্টলত পোনে পোনে ২,৬৪০ টকাকৈ বেংক একাউণ্টত লাভ কৰিব আমাৰ কৃষক বন্ধুসকলে।

Address

Tinsukia

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+919394585622

Alerts

Be the first to know and let us send you an email when Tinsukia District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Tinsukia District Administration:

Shortcuts

Share