১. "চোটমাৰানি অচামীয়াৰা মাইৰা ফেলাবাৰ লাগে"...
অদূৰ ভবিষ্যতে এনেকুৱা ঘটনা নৈত্য নৈমেটিক ঘটনাত পৰিণত হব। অসমীয়াকহে কৈছে আমাৰ কি আহে যায়! আমিটো অসমীয়া নহয় - মই গাৰো, মই ৰাভা, মই কোঁচ, মই মিচিং, মই আদিবাসী, মই বড়ো, মই নেপালী, মই কাৰ্বি, মই মৰাণ, মই লালুং, মই আহোম, মই ডিমাছা মইটো অসমীয়া নহয়! অসমীয়াক মাৰিলে মাৰক আমাকটো একো কোৱা নাই।
২. চল্লিশ পঞ্চাছ বছৰ বয়সত হিন্দু মানুহ এজনে তেওঁলোকৰ নিজৰ গাওঁ খনৰ ঠাইত দুখন গাঁও সৃষ্টি হোৱা কমেইহে হে দেখা পায়। এখন গাঁৱৰ ঠাইত দুখন গাঁও হোৱা সচৰাচৰ দেখা নাযায়। ভোটাৰ তালিকাত প্ৰতিটো নিৰ্বাচনৰ সময়ত কম মানুহৰ নামহে বাঢ়ে। তাতে মৃত্যু হোৱা মানুহৰ নামো সন্নিবিষ্ট হৈ থাকে। দ্বিতীয়তে গাঁও এখন সৃষ্টি হোৱা আমি হইটো চকুৰ সন্মুখতে দেখিছোঁ। মনিব পৰা লৈকে চৰণীয়া পথাৰত ৰাতিৰ ভিতৰতে গাওঁ সৃষ্টি হয়। দুই এঘৰ মানুহ আহি তাতে বহে । কিছু বছৰৰ পিছতে চাব বিশাল সংখ্যক জনসংখ্যাৰ গাঁও এখন হৈ উঠিব। ২০- ২৫ বছৰৰ ভিতৰতে ইমান মানুহ কেনেকৈ সৃষ্টি হয় বাৰু? সেৱাও আমাৰ সংস্কৃতিৰ বিপৰীত ধৰ্মীৰ মানুহ।
৩. হুছেইন চাহাবৰ লৰাই নহয়, এনে বহুত উদাহৰণ পাব। মাদবৰগিৰি দেৱানী পূৰ্ব পুৰুষৰ ৰীতি নীতি। তেওঁলোকে সুবিধা পালেই হল। নিজৰ স্বভাৱসুলভ ভাৱে আগবাঢ়ি যায়।
৪. ভুল আমাৰে আছে। প্রথম ঘৰ মানুহক প্ৰথমতে আমিয়েই বহিবলৈ সুবিধাকন কৰি দিও। প্ৰথম ঘৰ বহাৰ পিছত সিহঁতে বিশাল পথাৰত নাও মেলিদিয়ে। যি মানুহে সিহঁতক ঘৰ বনাবলে ঠাই দিয়ে পিছত সেই মানুহে সেই ঠাইত সেই গাঁৱত থাকিব নোৱাৰা হয়। আদৰ্শ বৰুৱা গাঁও বুলি নামটোহে ৰৈ যায়। আগতে আমি এইখন গাঁৱত থাকোঁতে এইখিনিতে নামঘৰ এটা আছিল বুলি কব পৰা হে অৱস্থা এটা হৈ যায়।
udalguri dist Kisan morcha
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from udalguri dist Kisan morcha, Political organisation, udalguri, Udalguri.
14/11/2025
20/10/2025
জুবিনদাক লৈ ৰাজনীতি কৰিব খোজা গৌৰৱ গগৈক উচিত প্ৰত্যুত্তৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ...
ময়ো জুবিন অনুৰাগী
আমিও জুবিন অনুৰাগী।
Want your business to be the top-listed Government Service in Udalguri?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Udalguri
Udalguri
784114

16/09/2025