We Support Arjun Daimari

We Support Arjun Daimari

Share

সম উন্নয়ন, সম বিকাশ, BTC ত এইবাৰ দুৰ্নীতি মুক্ত বিজেপি চৰকাৰ,

Photos from We Support Arjun Daimari's post 17/09/2025

শ্ৰী অৰ্জুন দৈমাৰী জিন্দাবাদ✊🏻

ৰাইজেই যেতিয়া তেওঁৰ পক্ষত আছে,
বিজয় নিশ্চিতভাৱে তেওঁৰ,
বিজয় নিশ্চিতভাৱে খালিংদুৱাৰৰ জনতাৰ৷

Arjun Daimari Khalingduar

10/09/2025

খালিংদুৱাৰত এইবাৰ আহি আছে আমাৰ শ্ৰদ্ধাৰ অৰ্জুন দৈমাৰী৷আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ৷

09/09/2025

ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ৷
অৰ্জুন দৈমাৰী জিন্দাবাদ৷


04/09/2025

“আনিব পৰিৱৰ্তন আঁতৰিব দুৰ্নীতি
খালিংদুৱাৰত এইবাৰ অৰ্জুন দৈমাৰী”

বিগত বছৰবোৰত খালিংদুৱাৰবাসীয়ে পালে কেৱল মিছা প্ৰতিশ্ৰুতি আৰু দুৰ্নীতি৷ সেয়েহে ৰাইজে দুনাই সেই ভূল আৰু নকৰে৷
আমাৰ সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত আমি এইবাৰ খালিংদুৱাৰত অৰ্জুন দৈমাৰীদেৱক বিচাৰোঁ৷

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Khalingduar Mandal

03/09/2025

বিটিচি নিৰ্বাচনত ৩৪নং খালিং দুৱাৰ (ST) পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত অৰ্জুন দৈমাৰী ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

03/09/2025

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ বিপুল উছাহ আৰু সঁহাৰিয়ে আমাক সঁচাকৈয়ে অভিভূত কৰিলে৷জনতা জনাৰ্দনৰ শক্তিৰেই আমাৰ বিজয় নিশ্চিত৷

Want your business to be the top-listed Government Service in Udalguri?

Click here to claim your Sponsored Listing.

Location

Address


Udalguri