District Legal Services Authority, Udalguri

District Legal Services Authority, Udalguri

Share

District Legal Service Authority at Udalguri

Photos from District Legal Services Authority, Udalguri's post 19/07/2025

Photos from District Legal Services Authority, Udalguri's post 21/12/2024

The Opening Ceremony of the Legal Aid Clinic accompanied by Legal Awareness programmes was organized by District Legal Services Authority, Udalguri at Harisinga Revenue Circle, Tangla and Sub-Divisional Officer (Civil), Bhergaon on 20th December 2024.

The program was graced by distinguished guests, including: The Hon'ble District & Sessions Judge cm Chairman, DLSA, Secretary, DLSA, Public Prosecutor, Udalguri, SDO (Civil), Bhergaon, Office Staff, Advocates of LADCs and PLVs.

Photos from District Legal Services Authority, Udalguri's post 29/11/2024

ওদালগুৰিত ৰাষ্ট্ৰীয় লোক আদালত সম্পৰ্কে প্ৰচাৰ

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদোগত ওডালগুৰি জিলাত অহা ১৪-১২-২০২৪ তাৰিখে বিনামূলীয়া ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰা হ'ব। উক্ত ৰাষ্ট্ৰীয় লোক আদালত জৰিয়তে ন্যায়িক আদালত সমূহত আপোচযোগ্য (Compundable) বিভিন্ন গোচৰ যেনে- যান বাহন আইন উলংঘা গোচৰ (traffic Rule Violation Case), দেৱানী গোচৰ (Civil Cases), পাৰিবাৰিক গোচৰ (Matrimonial Disputes), মটৰ দুৰ্ঘটনা দাবী ন্যায়াধীকৰণৰ গোচৰ (MACT), চেক বাউন্স গোচৰ (Cheque Bounce), ৰাজহ সংক্ৰান্তীয় গোচৰ (Revenue Case) আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বেংকৰ লেন দেন (ঋণ) সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে উক্ত গোচৰ সমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। এনে ধৰণৰ শুনানি বা লোক আদালৰ সুযোগ গ্ৰহণ কৰি ওদালগুৰি জিলাৰ জাননী প্ৰাপ্ত লোক সকলে ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰি নিষ্পত্তিৰ সুবিধা ল'ব পাৰে।

Photos from District Legal Services Authority, Udalguri's post 15/05/2024

Legal Awareness Programme on Environmental issues on 15/05/2024 in Khusrabari High School,Mazbat.

Photos from District Legal Services Authority, Udalguri's post 14/05/2024

National Lok Adalat held on 11.05.2024 in the Judicial Court Complex, Udalguri

09/05/2024

National Lok Adalat to be held on 11.05.2024 in the Judicial Court Complex, Udalguri

09/05/2024

National Lok Adalat to be held on 11.05.2024 in the Judicial Court Complex, Udalguri.

Photos from District Legal Services Authority, Udalguri's post 06/05/2024

*ওদালগুৰিত ৰাষ্ট্ৰীয় লোক আদালত সম্পৰ্কে প্ৰচাৰ*

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদোগত ওডালগুৰি জিলাত অহা ১১ মে‌ তাৰিখে বিনামূলীয়া ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰা হ'ব। উক্ত ৰাষ্ট্ৰীয় লোক আদালত জৰিয়তে ন্যায়িক আদালত সমূহত আপোচযোগ্য (Compundable) বিভিন্ন গোচৰ যেনে- যান বাহন আইন উলংঘা গোচৰ (traffic Rule Violation Case), দেৱানী গোচৰ (Civil Cases), পাৰিবাৰিক গোচৰ (Matrimonial Disputes), মটৰ দুৰ্ঘটনা দাবী ন্যায়াধীকৰণৰ গোচৰ (MACT), চেক বাউন্স গোচৰ (Cheque Bounce), ৰাজহ সংক্ৰান্তীয় গোচৰ (Revenue Case) আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বেংকৰ লেন দেন (ঋণ) সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে উক্ত গোচৰ সমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। এনে ধৰণৰ শুনানি বা লোক আদালৰ সুযোগ গ্ৰহণ কৰি ওদালগুৰি জিলাৰ জাননী প্ৰাপ্ত লোক সকলে ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰি নিষ্পত্তিৰ সুবিধা ল'ব পাৰে।

06/05/2024

National lok Adalat to be held on 11/5/2024

Photos from District Legal Services Authority, Udalguri's post 08/01/2023

Legal awareness meeting under DISHA Scheme held on 8-01/2023 at Amchiguri, Amjuli, Udalguri

Photos from District Legal Services Authority, Udalguri's post 07/01/2023

Legal literacy and legal awareness programme conducted at Udalguri college auditorium , Udalguri under the DISHAScheme as per NALSA guidelines.

Want your business to be the top-listed Government Service in Udalguri?

Click here to claim your Sponsored Listing.

Location

Telephone

Address

DLSA, Ground Floor, DC Office Building, BTR
Udalguri
784509