10/09/2026
বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বুঢ়া আঙুলি দেখুৱাই ওদালগুৰিৰ একাংশ নদীত এতিয়াও বন্ধ হোৱা নাই অবৈধ খনন । ওদালগুৰিৰ ননৈ নদীত একাংশ ক্ৰেচাৰৰ পৰা চালন বিহীনভাৱে দৈনিক গৈ আছে ডাম্পাৰে-ডাম্পাৰে শিল বালি ভৰ্তি ডাম্পাৰ....।
বন বিভাগৰ ছত্ৰছায়াতে ওদালগুৰিত শিল-বালিৰ ক'লা ব্যৱসায় চলি আছে নিকি আমাৰ সন্দেহ হৈছে......?
চালান নোহোৱাকৈ লৈ যোৱা শিল বালিৰ মালিকৰ ওপৰত কোনো তদন্ত হ'ব নে....?
অতিৰিক্ত শিল বালি বাম্ফাৰত লৈ যোৱাৰ বাবে ৰাস্তাত বেলেঞ্চ হেৰাই এক্সিডেন্ট হোৱা বন্ধ হ'ব নে....?
চৰকাৰক কৰ নিদিয়াকৈ কৰা এই অবৈধ খনন বন্ধ হ'ব নে...? সামাজিক মাধ্যমৰ জৰিয়তে প্ৰশ্ন কৰিছোঁ....।