BJP Sarupathar Mondol

  • Home
  • BJP Sarupathar Mondol
Directions

BJP Sarupathar Mondol Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Sarupathar Mondol, Political Party, .

26/01/2022
সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া.. আজি ব...
15/01/2022

সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া.. আজি বেবেজীয়া দচুক নামঘৰত সেৱা লৈ
ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১২নং গেলাবিল সমষ্টিৰ ভাৰতীয় জনতা পার্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মিনালী হাজৰিকা শইকীয়াৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ...

সু শাসন দিৱস উপলক্ষে আজি সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰ সমষ্টিত নিৰ্মাণ সম্পূৰ্ণ হ...
25/12/2021

সু শাসন দিৱস উপলক্ষে আজি সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰ সমষ্টিত নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনিটা পথ জনসাধাৰণৰ বাবে উচৰ্গা কৰে..।
#নাওজান_এমভি সংযোগী পথ
#উৰিয়ামঘাট_নাওজান সংযোগী পথ
#ৰেংমা_আলি।

আজি পশ্চিম সৰুপথাৰ গাওঁ পঞ্চায়ত পেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টী ,সৰুপথাৰ মণ্ডলৰ প্ৰশিক্ষণ বিভাগৰ বিজেপি পৰিচয় বৰ্গৰ কেইখন ...
24/12/2021

আজি পশ্চিম সৰুপথাৰ গাওঁ পঞ্চায়ত পেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টী ,সৰুপথাৰ মণ্ডলৰ প্ৰশিক্ষণ বিভাগৰ বিজেপি পৰিচয় বৰ্গৰ কেইখন মান স্থিৰচিত্ৰ।

এগৰাকী অসমীয়া কবি আৰু লেখিকা,অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি স্বৰ্গীয়া নলিনীবালা দেৱীক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰ...
24/12/2021

এগৰাকী অসমীয়া কবি আৰু লেখিকা,অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি স্বৰ্গীয়া নলিনীবালা দেৱীক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ দুখীয়া জনসাধাৰণৰ বাবে জীৱিকা নিৰ্বাহৰ সুবিধা সৃষ্টি কৰা, দৰিদ্ৰতা নিৰ্মূলকৰণ,  স...
19/12/2021

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ দুখীয়া জনসাধাৰণৰ বাবে জীৱিকা নিৰ্বাহৰ সুবিধা সৃষ্টি কৰা, দৰিদ্ৰতা নিৰ্মূলকৰণ, সামাজিক সুৰক্ষা তথা দুখীয়া জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ বাবে অহৰহ কৰ্ম সম্পাদন কৰি আহিছে ৷

এইসমূহৰ বাবেই বিভাগে বিভিন্নখন আঁচনি ৰূপায়ণ কৰিছে৷ ইয়াৰে ভিতৰত এখন উল্লেখনীয় ধ্বজাবাহী আঁচনি হৈছে- "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এমজিএনৰেগা) ৷"
শেহতীয়াকৈ এই আঁচনিৰ অধীনত বিক্ৰেতাৰ পঞ্জীয়ন কাৰ্যসূচীৰ আৰম্ভণি কৰিছে বিভাগে।

উল্লেখ্য যে, স্থানীয় যুৱক-যুৱতী সকলৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবলৈ লগতে দ্ৰুতগতিত প্ৰকল্প সমূহৰ ৰূপায়ণ নিশ্চিত কৰি সেইসমূহৰ প্ৰভাৱ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লাভ কৰিবলৈ আৰু নিবিদা দাতাসকলৰ সৈতে লেনদেনত স্বচ্ছতা, ন্যায়, সমতাৰ সৰ্বোচ্ছ স্তৰ প্ৰাপ্তিৰ বাবে এই আঁচনিৰ অধীনত বিভাগৰ তৰফৰ পৰা এই কাৰ্যসূচী হাতত লোৱা হৈছে।
BJP Assam Pradesh
Himanta Biswa Sarma
Bhabesh kalita ভবেশ কলিতা

ফলঙনি গীৰ্জা অঞ্চলৰ লোকসকল বহুদিনৰ পৰা বিদ্যুত সেৱা লাভ কৰাৰ পৰা বঞ্চিত  হৈ  আছিল। আজি সেই অঞ্চলত সৰুপথাৰ সমষ্টীৰ সন্মান...
18/12/2021

ফলঙনি গীৰ্জা অঞ্চলৰ লোকসকল বহুদিনৰ পৰা বিদ্যুত সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল। আজি সেই অঞ্চলত সৰুপথাৰ সমষ্টীৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন দেৱৰ তত্বাবধানত দুটাকৈ ট্ৰেন্সফৰ্মাৰ সংযোগেৰে অঞ্চলটোত বিজুলী যোগানৰ শুভাৰাম্ভনি কৰে। স্থানীয় লোকসকলে বিধায়ক গৰাকীক অতি আৰম্বপূৰ্ণ ভাৱে অঞ্চলটোলৈ আদৰনি জনায়।

সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই.. আজি ফলঙনি পানী যোগান আঁচনি উদ্বোধন কৰে.  অনুষ্ঠানত...
18/12/2021

সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই.. আজি ফলঙনি পানী যোগান আঁচনি উদ্বোধন কৰে. অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস...।।

সৰুপথাৰ সমষ্টীৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া দেৱৰ আজিৰ অন্তিমটো কাৰ্যসূচী সৰুপথাৰ আৰ্বতভৱনত সৰুপথাৰ সাংবাদিক সকল...
17/12/2021

সৰুপথাৰ সমষ্টীৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া দেৱৰ আজিৰ অন্তিমটো কাৰ্যসূচী সৰুপথাৰ আৰ্বতভৱনত সৰুপথাৰ সাংবাদিক সকলৰ ন খোৱা কাৰ্যসূচীত অংশগ্ৰহন কৰে।

Address


Website

Alerts

Be the first to know and let us send you an email when BJP Sarupathar Mondol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your organization to be the top-listed government service?

Share