Hoque Unity Hub NGO

  • Home
  • Hoque Unity Hub NGO
Directions

Hoque Unity Hub NGO Founder of HUH

বজাৰত দামৰ কোবত ৰাইজ হল ঘাইল বিশ্বগুৰুৱে বিদেশত গৈ মাৰিআছে Selfie আৰু Smile
21/05/2026

বজাৰত দামৰ কোবত ৰাইজ হল ঘাইল বিশ্বগুৰুৱে বিদেশত গৈ মাৰিআছে Selfie আৰু Smile

08/04/2026

সাম্প্ৰদায়িক শক্তিক ৰুধিবলৈ এইবাৰ ১০ নং বিলাসীপাৰা সমষ্টিত হাতৰ ছবিত ভোট দি অমৃত বাদশাক বিপুল ভোটত জয়যুক্ত কৰক ৷৷

৯ নং বিৰসিং জৰুৱা সমষ্টিৰ AIUDF দল আৰু আলী আকবৰ মিঞাৰ তাৰকা প্ৰচাৰক (Star Campaigner) Fazar Ali Mondal যাৰ উপশিৰোনামা (S...
06/04/2026

৯ নং বিৰসিং জৰুৱা সমষ্টিৰ AIUDF দল আৰু আলী আকবৰ মিঞাৰ তাৰকা প্ৰচাৰক (Star Campaigner) Fazar Ali Mondal যাৰ উপশিৰোনামা (Subtitle) দালাল, এইজন ব্যক্তি টকাৰ লোভত বি,জে,পি কৰিছে । ৫০০ টকা যিয়েই দিয়ে তাকলৈ দালালি কৰে । আজি কোনোবাই টকা দিলে তাৰ হৈ দালালি কৰিব টকা দিয়া বন্ধ কৰিলে তাৰ নামত মিছা অপপ্ৰচাৰ চলাব ।







অভদ্ৰ আচৰণ। মৃত তৰুণ গগৈকো জালিম ফেৰাউন বুলি ক'বলৈ কুন্ঠাবোধ নকৰিলে। মৌলানা মানুহৰ সন্তানক কি শিষ্টাচাৰ শিকালে?
05/04/2026

অভদ্ৰ আচৰণ। মৃত তৰুণ গগৈকো জালিম ফেৰাউন বুলি ক'বলৈ কুন্ঠাবোধ নকৰিলে। মৌলানা মানুহৰ সন্তানক কি শিষ্টাচাৰ শিকালে?

19/03/2026

Last Sehri of this Ramadan. Alhamdulillah for everything.

08/03/2026

যোৱা বছৰ অসম বিধানসভাৰ মজিয়াত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদা চাহাবে জলকীয়া বজাৰৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ আৰু জলকীয়াৰ দাম বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছিল ।।
এই বছৰ জলকীয়া বজাৰত কনো ছিণ্ডিকেট নাই আৰু জলকীয়া দাম ৮০/৯০ টকাৰ পৰা আৰম্ভ হৈছিল এতিয়াও ৪০/৫০ টকাকৈ কৃষকে বিক্রি কৰি আছে ।।
আমি Samsul Huda ৰ দৰে বিধায়ক বিচাৰো যিজন বিধায়কে সমষ্টিৰবাসীৰ সমস্যা সমূহ বিধানসভাৰ মজিয়াত উপস্থাপন কৰিব পাৰে ।।

04/03/2026

AIUDF ৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা, কোন সমষ্টিত কোনে লাভ কৰিব টিকট ৷

নৱ গঠিত বিৰসিং জৰুৱা সমষ্টিৰ AIUDF দলৰ আশাবাদী প্ৰাৰ্থী মাননীয় ছামছুল হুদা চাহাব
13/01/2026

নৱ গঠিত বিৰসিং জৰুৱা সমষ্টিৰ AIUDF দলৰ আশাবাদী প্ৰাৰ্থী মাননীয় ছামছুল হুদা চাহাব

Address


Website

Alerts

Be the first to know and let us send you an email when Hoque Unity Hub NGO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your organization to be the top-listed government service?

Share