25/04/2026
জীৱনৰ কোনো ভৰষা নাই—মুহূৰ্ততে সকলো সলনি হৈ যাব পাৰে।
প্ৰতিভাই যেতিয়া সকলো দিশে দীপ্তি বিলাই, তেতিয়াই জীৱন কেতিয়াবা অকালতে থমকি যায়।
অপূর্ণ সপোন, আধৰুৱা পথ, আৰু স্মৃতিত ৰৈ যায় মাথোঁ এটি নাম।
ঔম শান্তি🙏
...