Bihpuria Municipal Board

Directions Website Contact the organization

Bihpuria Municipal Board Bihpuria Municipal Board is an Urban Local Body which comprises of 10 wards.

06/10/2026
০৫ অক্টোবৰ ২০২৬ তাৰিখে বিহপুৰীয়া পৌৰ সভাৰ উদ্যোগত অনুষ্ঠিত  হোৱা *“সেৱা সংকল্প অভিযান”* ৰ জৰিয়তে জনসাধাৰণৰ দুৱাৰদলিত চ...
06/10/2026

০৫ অক্টোবৰ ২০২৬ তাৰিখে বিহপুৰীয়া পৌৰ সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা *“সেৱা সংকল্প অভিযান”* ৰ জৰিয়তে জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰী সেৱা আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা সহজে উপলব্ধ কৰোৱাৰ আৰু এই অভিযানৰ অধীনত আয়ুষ্মান ভাৰত, অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা, কৃষক সন্মান নিধি, উজ্জ্বলা যোজনা, স্ব-নিধি, বেংক একাউণ্ট, আধাৰ সংযুক্তিকৰণ, বিভিন্ন প্ৰমাণ-পত্ৰ আদিকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে হৈ যোৱা কিছু আলোক চিত্ৰ।

বিহপুৰীয়া পৌৰ সভাৰ সভানেত্ৰী মহোদয়া , ৱাৰ্ড সদস্যা, কৰ্ম্মচাৰী বৃন্দ আৰু আত্মসহায়ক গোটৰ সদস্যা সকলৰ উপস্হিতিত আজি ২ অক...
02/10/2026

বিহপুৰীয়া পৌৰ সভাৰ সভানেত্ৰী মহোদয়া , ৱাৰ্ড সদস্যা, কৰ্ম্মচাৰী বৃন্দ আৰু আত্মসহায়ক গোটৰ সদস্যা সকলৰ উপস্হিতিত আজি ২ অক্টোবৰ ২০২৬ তাৰিখে মহাত্মা গান্ধীৰ ১৫৭ সংখ্যক জন্মজয়ন্তী পালন কৰা হৈছে।জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত তেখেতৰ সত্য, অহিংসা আৰু শান্তিৰ আদৰ্শক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ সৰল জীৱন আৰু মহান আদৰ্শই আমাক সদায় সত্যৰ পথত আগবাঢ়িবলৈ আৰু এখন স্বচ্ছ, শান্তিপূৰ্ণ তথা সুন্দৰ সমাজ গঢ়িবলৈ অনুপ্ৰেৰণা যোগাই আহিছে।
জন্ম জয়ন্তীৰ উপলক্ষে বিহপুৰীয়া নগৰৰ মাজমজিয়াত পদ যাত্ৰা কৰাৰ কিছু আলোক চিত্ৰ।


সেৱা সংকল্প অভিযান"২০২৬      বিহপুৰীয়া পৌৰ সভাৰ সন্মানীয় সভানেত্ৰী মহোদয়া,উপ- সভনেত্ৰী মহোদয়া,ৱাৰ্ড সদস্য সদস্যা সকল, ...
01/10/2026

সেৱা সংকল্প অভিযান"২০২৬
বিহপুৰীয়া পৌৰ সভাৰ সন্মানীয় সভানেত্ৰী মহোদয়া,উপ- সভনেত্ৰী মহোদয়া,ৱাৰ্ড সদস্য সদস্যা সকল, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া মহোদয় , কৰ্ম্মচাৰী বৃন্দ আৰু চাফাই মিত্ৰ সকলৰ হৈতে আজি "এক দিন এক ঘণ্টা একেলগে শ্ৰমদান"কাৰ্য্যসূচীত বিহপুৰীয়া পৌৰ এলেকাৰ বিভিন্ন স্থানৰ আলোক চিত্ৰ।


বিহপুৰয়া পৌৰ সভাৰ অধীনত ৩০/০৯/২০২৬ তাৰিখে সেৱা সংকল্প অভিযানৰ উপলক্ষে পৌৰ সভাৰ চাফাই মিত্ৰ, কৰ্ম্মচাৰী বৃন্দ আৰু পৌৰ এল...
01/10/2026

বিহপুৰয়া পৌৰ সভাৰ অধীনত ৩০/০৯/২০২৬ তাৰিখে সেৱা সংকল্প অভিযানৰ উপলক্ষে পৌৰ সভাৰ চাফাই মিত্ৰ, কৰ্ম্মচাৰী বৃন্দ আৰু পৌৰ এলেকাৰ বাসিন্দা সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়। উক্ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কিছু আলোক চিত্ৰ।


As part of the   campaign, Bihpuria Municipal Board organised a cleanliness drive at Collegiete Higher Secondary School ...
19/09/2026

As part of the campaign, Bihpuria Municipal Board organised a cleanliness drive at Collegiete Higher Secondary School Bihpuria. The school premises were cleaned with plastic paper, and other waste collected and sent for proper disposal. Awareness was also created among school children for proper disposal and saggregation of waste. A pledge was taken among school students to keep the school premises clean and also to replicate these activities in their homes.

Plastic Free বিশ্বকৰ্মা পূজা ২০২৬ বিহপুৰীয়া পৌৰ সভা
18/09/2026

Plastic Free বিশ্বকৰ্মা পূজা ২০২৬ বিহপুৰীয়া পৌৰ সভা

সঠিক জনগণনাই উন্নত পৰিকল্পনা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণত সহায় কৰে। আহক, আমি সকলোৱে  Self  Enumeration সম্পূ...
02/08/2026

সঠিক জনগণনাই উন্নত পৰিকল্পনা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণত সহায় কৰে। আহক, আমি সকলোৱে Self Enumeration সম্পূর্ণ কৰি জনগণনা ২০২৭ সফল কৰি তোলোঁ।

25/07/2026

শিৱসাগৰ,নাজিৰাৰ বন্যাত সকলক সহায়ৰ হাত আগবঢ়াবলৈ বিহপুৰীয়া পৌৰসভাই গ্ৰহন কৰিছে পদক্ষেপ৷

Address

Bihpuriagaon
784161

Alerts

Be the first to know and let us send you an email when Bihpuria Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bihpuria Municipal Board:

Shortcuts

Share