BJP Bilasipara Mondal

Call

BJP Bilasipara Mondal Bharatiya Janata Party Bilasipara Town Mondal

একাত্ম মানৱতাবাদৰ প্ৰণেতা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পবিত্ৰ জয়ন্তী উপলক্ষে ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা  মণ্ডলত শ...
25/09/2026

একাত্ম মানৱতাবাদৰ প্ৰণেতা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পবিত্ৰ জয়ন্তী উপলক্ষে ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা মণ্ডলত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

ভাৰতীয় জনতা পাৰ্টি  বিলাসীপাৰা জিলাৰ অন্তৰ্গত বিলাসীপাৰা মণ্ডলত বিশ্ববৰেণ্য নেতা যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ ...
13/09/2026

ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা জিলাৰ অন্তৰ্গত বিলাসীপাৰা মণ্ডলত বিশ্ববৰেণ্য নেতা যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ ২৫ বছৰীয়া সেৱা, সু - শাসন যাত্ৰাৰ বৰ্নিল পৰিক্ৰমাৰে "সেৱা সংকল্প অভিযান"ৰ মণ্ডল কৰ্মশালা আয়োজন কৰা হয় |





পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ অংশ স্বৰূপে বিলাসীপাৰা মণ্ডলৰ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।...
26/06/2026

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ অংশ স্বৰূপে বিলাসীপাৰা মণ্ডলৰ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।
ৰাতিপুৱা ৯ বজাৰ পৰা বিস্তৃত কাৰ্যসূচীৰে জিলা কাৰ্যালয়ত অনুষ্ঠিত উক্ত প্ৰশিক্ষণ কৰ্মশালাত সন্মানীয় জিলা সভাপতি শ্ৰীযুত দেৱজিৎ বৰকলিতা ডাঙৰীয়া, সন্মানীয় জিলা বিষয় ববীয়া, সন্মানীয় মণ্ডল সভাপতি শ্ৰীযুত দেৱজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া, সামাজিক মাধ্যমৰ জিলা আহ্বায়ক শ্ৰীযুত দেবেশ ৰায়, মণ্ডলৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া আই ভাৰতীৰ সুযোগ্য সন্তান, বিশিষ্ট শিক্ষাবিদ-আইনজ্ঞ, প্ৰখৰ ৰাষ্ট্ৰী...
23/06/2026

ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া আই ভাৰতীৰ সুযোগ্য সন্তান, বিশিষ্ট শিক্ষাবিদ-আইনজ্ঞ, প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী নেতা তথা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ভাৰত কেশৰী ড০ শ্যামা প্ৰসাদ মূখাৰ্জীদেৱৰ পবিত্ৰ পূণ্যতিথি 'বলিদান দিৱস'ৰ পবিত্ৰ ক্ষণত বিলাসীপাৰা মন্ডল কাৰ্যালয়ত পৰা গভীৰ শ্ৰদ্ধাৰ্ঘ আৰু শত-সহস্ৰ প্ৰণিপাত জনাইছোঁ।

23/06/2026

ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া ভাৰত মাতাৰ সুযোগ্য সন্তান, বিশিষ্ট শিক্ষাবিদ-আইনজ্ঞ, প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী নেতা তথা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ভাৰত কেশৰী ড° শ্যামা প্ৰসাদ মূখাৰ্জীদেৱৰ আজি পবিত্ৰ পূণ্যতিথি 'বলিদান দিৱস'ৰ পবিত্ৰ ক্ষণত যুগ পুৰুষগৰাকীলৈ গভীৰ শ্ৰদ্ধাৰ্ঘ আৰু শত-সহস্ৰ প্ৰণিপাত জনাইছোঁ।

জীৱনৰ ৩২ বছৰ বয়সতে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি বিশ্বৰ সৰ্বকনিষ্ঠ উপাচাৰ্য হিচাপে খ্যাতি অৰ্জন কৰা, ভাৰতত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক ধাৰাৰ খনিকৰ, দেশৰ অখণ্ডতাৰ বাবে নিজৰ জীৱন বলিদান দিয়া ড০ মুখাৰ্জীদেৱৰ দৰে মহান দেশপ্ৰেমিকক যুগ যুগলৈ প্ৰতিটো প্ৰজন্মই শ্ৰদ্ধাৰে স্মৰণ কৰি থাকিব।

20/06/2026
20/06/2026
🙏🙏🙏
21/05/2026

🙏🙏🙏

Address

Purani Bazar
Bilasipara
783348

Telephone

+919954211730

Website

Alerts

Be the first to know and let us send you an email when BJP Bilasipara Mondal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share


Other Political Organizations in Bilasipara

Show All