15/10/2026
Hukanjuri BOP ::
অসম চৰকাৰৰ BPDD বিভাগৰ পৰা এইবছৰ দিয়া বাৰ্ষিক পুঁজিৰ ধনেৰে(Rs 5 lakhs) Hukanjuri BOP-ৰ মেৰামতি আৰু নবীকৰণৰ কাম সফলতাৰে ৰূপায়িত কৰা হয়। নতুন চেফটি টেংকৰ সৈতে attached লেট্ৰিন বাথৰুম বনাই এটা ৰোমত টাইলছ লগাই, পুটিঙৰ সৈতে প্লাষ্টিক পেইণ্ট কৰি আৰু বাকী assosseries লগাই এটা ৰূম ষ্টেণ্ডাৰ্ড গেষ্ট ৰুমলৈ transform কৰা, বাৰিষা দিনত চলা-ফুৰাৰ সুবিধাৰ বাবে কংক্ৰীটৰ সৰু সৰু ৰাস্তা নিৰ্মাণ, এটা LMG বাংকাৰ বনোৱা, এটা বেৰেকত নতুনকৈ টিনপাত লগোৱা, বাচন ধুবৰ বাবে কংক্ৰিটৰ বেচমেণ্ট বনোৱাৰ লগতে বেৰেকসমূহ ৰং কৰা আৰু লাগতিয়াল সৰু সুৰা কাম কিছুমান কৰা হয়। অসম চৰকাৰৰ এই প্ৰশংসনীয় অনুদান বৰ্ডাৰ গাৰ্ডিংৰ দায়িত্বত থকা জোৱান সকলৰ প্ৰয়োজনীয় খিনি কৰি লোৱাৰ বাবে যথেষ্ট সহায়ক হৈছে।
CMO Assam
Assam Police
DGPAssamPolice