05/10/2026
নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীণ উন্নয়ন আৰু সমৃদ্ধিশালী অসমৰ স্বাৰ্থত অহা ৬ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী, সদ্য অৱসৰী দক্ষ প্ৰশাসনিক বিষয়া শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিবলৈ নগাঁৱবাসীক আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই।