Gorajan Higher Secondary School

Gorajan Higher Secondary School

Share

Government Higher Secondary School

Photos from Gorajan Higher Secondary School's post 24/05/2026

যোৱা ইং ১৬/০৫/২০২৬ তাৰিখে বিদ্যালয়ৰপৰা কিছুসংখ্যক ছাত্ৰ ছাত্ৰীক লৈ গুৰুজনাৰ জন্মস্থান বৰদোৱা থানলৈ যোৱা হৈছিল।এই ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি আমি আশাবাদী।

Photos from Gorajan Higher Secondary School's post 13/05/2026

ইংৰাজী ১২/০৫/২০২৬ তাৰিখে বিদ্যালয়ত প্ৰাকৃতিক ভাৱে ফাকুৱাৰ ৰং প্ৰস্তুত কৰাৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়।এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নলবাৰী জিলাৰ শ্ৰীযুতা ৰঞ্জু দত্ত বাইদেউ।ইকʼ ক্লাবৰ পদক্ষেপত দিনজোৰা কাৰ্যসূচীৰে কৰ্মশালা খনি আয়োজন কৰা হৈছিল।

Photos from Gorajan Higher Secondary School's post 30/04/2026

উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬ ত আমাৰ বিদ্যালয়ৰপৰা লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছজন ছাত্ৰ-ছাত্ৰীক আজি অভিনন্দন তথা সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

Photos from Gorajan Higher Secondary School's post 30/04/2026

যোৰহাট মেডিকেল কলেজ আৰু হস্পিতালৰ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ দীপজ্যোতি বৰা ছাৰ আজি আমাৰ বিদ্যালয়ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মানসিক স্বাস্থ্য আৰু সুস্থতাৰ সম্পৰ্কে তেখেতে ছাত্ৰ ছাত্ৰীসকলক লগত মত বিনিময় কৰে।তেখেতলৈ আমাৰ বিদ্যালয়ত তৰফৰপৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আমি আশাবাদী।🙏

29/04/2026

Admission is going on

29/04/2026
27/04/2026

বিদ্যালয়ৰ বহাগী উৎসৱ
23/04/2026

Photos from Gorajan Higher Secondary School's post 01/04/2026

আজি গড়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "বিদ্যাৰম্ভ উৎসৱ ২০২৬-২০২৭"লগতে কৃতি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা,মধ্য আৰু নিম্ন শাখাৰ ঐক্য সাজ বিতৰণ,পাঠ্যপুথি বিতৰণ তথা অভিভাৱক সভাৰ কাৰ্য্যসূচী পালন কৰা হয়।




23/02/2026

Today our students visited near by Medical sub centre(Gorajan). In-charge of the centre, Dr Punom Sonowal delivered a valuable speech and demonstrated about the duties and functions of the department to them.

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Jorhat
785631