29/10/2026
✅✅ আজি বৰহোলা মণ্ডল বিজেপি ৰ এক বিশেষ সাংগঠনিক সভা বৰহোলা কলকুঞ্জ ভৱনত অনুষ্ঠিত হয়। বৰহোলা মণ্ডল ৰ সভাপতি দেৱজিৎ সোণোৱাল দেৱৰ নেতৃত্বত মণ্ডল ৰ কাৰ্য্য কৰ্তা সকলৰ উপস্থিতিত যোৰহাট জিলাৰ সন্মানীয় সহ প্ৰভাৰী তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰী যুক্তা বিস্মিতা গগৈ ডাঙৰীয়ানী উপস্থিতিত প্ৰবাস কাৰ্য্য সূচী উপলক্ষে সাংগঠনিক সভা সফল ভাবে ৰূপায়ণ হয় ।
উক্ত সভাত বৰহোলা মণ্ডল ৰ প্ৰভাৰী শ্ৰদ্ধাৰ ৰঞ্জন দা উপস্থিত আছিল । উক্ত সভাত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ প্ৰতাপ কছাৰী দেৱ , বিজেপি ৰ জিলা উপ সভাপতি পাৰ্থ দা ,আৰু মণ্ডলৰ কাৰ্য্য কৰ্তা সকল , শক্তি কেন্দ্ৰৰ প্ৰমুখ সকল উপস্থিত আছিল । সকলোকে অন্তৰৰ গভীৰতম কোণৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ। 🙏
#ৰাষ্ট্ৰ_প্ৰথম
#তিতাবৰ_সমষ্টি
#সবকা_সাথ_সবকা_বিকাশ #বিকাশৰ_অবিৰত_যাত্ৰা