BJP Mahila Morcha Batadrava Mandal

Directions

BJP Mahila Morcha Batadrava Mandal It's an official page of Bharatiya Janata Party, Mahila Morcha Batadrava Mandal

30/10/2026
25/10/2026

আজি পৱিত্ৰ ষষ্ঠীৰ শুভক্ষণত সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধি কামনা দেৱী দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ।

সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Nilima Devi

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা।সকলোলৈকে লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।🙏❤️🙏
25/10/2026

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা।
সকলোলৈকে লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।🙏❤️🙏

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা, অসম প্ৰদেশৰ নৱনিযুক্ত ৰাজ্যিক সভানেত্ৰী শ্ৰীমতী পূৰৱী ৰয় ডাঙৰীয়ানীলৈ আন্তৰিক শুভেচ্ছ...
24/10/2026

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা, অসম প্ৰদেশৰ নৱনিযুক্ত ৰাজ্যিক সভানেত্ৰী শ্ৰীমতী পূৰৱী ৰয় ডাঙৰীয়ানীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো

Dilip Saikia
Nilima Devi
BJP Assam Pradesh
BJP Mahila Morcha Nagaon District

ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী নেতা, সুদক্ষ সংগঠক তথা দূৰদৰ্শী ব্যক্তিত্বৰ অধিকাৰী, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্...
22/10/2026

ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী নেতা, সুদক্ষ সংগঠক তথা দূৰদৰ্শী ব্যক্তিত্বৰ অধিকাৰী, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত Amit Shah ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ।

18/10/2026
09/10/2026

বেলটতো পদুম, ই ভি এমতো পদুম!

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে এক নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছে। পূৰ্বে কংগ্ৰেছৰ দখলত থকা এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মাননীয় শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ জয়লাভে এক বিশেষ তাৎপর্য বহন কৰিছে। এইবেলি কংগ্ৰেছ তৃতীয় স্থানলৈ অৱনমিত হৈছে।

এই ঐতিহাসিক বিজয়ে প্ৰতিফলিত কৰিছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি অসমৰ প্ৰতিটো সমষ্টি আৰু সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ আস্থা তথা এখন বিকশিত ভাৰত গঢ়াৰ তেখেতৰ দূৰদৰ্শী সংকল্পৰ প্ৰতি অসমৰ ৰাইজৰ অবিচল বিশ্বাস। নগাঁও সমষ্টিবাসীয়ে প্ৰদান কৰা এই বিপুল জনাদেশৰ বাবে প্ৰতিগৰাকী সন্মানীয় ভোটাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।

মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনীতিন নবীন ডাঙৰীয়াৰ মাৰ্গদৰ্শনত উৎসাহ, নিষ্ঠা আৰু অদম্য উদ্যমেৰে নিৰ্বাচনী প্ৰচাৰত অক্লান্ত পৰিশ্রম কৰা আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈও আন্তৰিক কৃতজ্ঞতা। ৰাইজৰ এই আস্থা আৰু আশীৰ্বাদক সাৰথি কৰি আমি অধিক উদ্যমেৰে অসমৰ বিকাশৰ যাত্ৰা আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছে।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
Bharatiya Janata Party (BJP)
BJP Assam Pradesh

09/10/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

নগাঁও উপ-নিৰ্বাচনৰ বিজয়ৰ বাবে পোন প্ৰথমে আমাৰ মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী শ্ৰীযুত Devasish Sharma ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

এই বিজয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা শ্ৰদ্ধাৰ নগাঁৱৰ ৰাইজৰ আস্থা আৰু বিশ্বাস পুনৰবাৰ প্ৰমাণিত কৰিলে।এই বিপুল জনাদেশৰ বাবে নগাঁও লোকসভা সমষ্টিৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ ভোটাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰম।
লগতে মোৰ আপোন নগাঁও -বটদ্ৰৱা সমষ্টিৰ সমূহ ভোটাৰকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ

Dilip Saikia
Pijush Hazarika
Raju
BJP Assam Pradesh

নগাওঁ লোকসভাৰ এক ঐতিহাসিক বিজয়...৯ নং নগাওঁ লোকসভাৰ উপ নিৰ্বাচনৰ এন ডি এৰ মনোনীত প্ৰাৰ্থী   ডাঙৰীয়াই বিপুল ভোটত জয়লাভ...
09/10/2026

নগাওঁ লোকসভাৰ এক ঐতিহাসিক বিজয়...

৯ নং নগাওঁ লোকসভাৰ উপ নিৰ্বাচনৰ এন ডি এৰ মনোনীত প্ৰাৰ্থী ডাঙৰীয়াই বিপুল ভোটত জয়লাভ কৰে।

এই বৃহৎ সফলতা অৰ্জন কৰাত সহায় কৰা নগাওঁ লোকসভাৰ অন্তৰ্গত সমূহ ভোটাধিকাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছো।








05/10/2026

কমলপুৰ সমষ্টিৰ সতীৰ্থ বিধায়ক Diganta Kalita ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।মা কামাখ্যাই তেখেতক সমাজৰ হিতৰ অৰ্থে কাম কৰি যাবলৈ অফুৰন্ত শক্তি প্ৰদান কৰি সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰি ৰাখক আজিৰ এই বিশেষ দিনটোত তাকে কামনা কৰিলোঁ।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when BJP Mahila Morcha Batadrava Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share