BJP Pub Narayanpur Mandal

Directions

BJP Pub Narayanpur Mandal Official Mandal Unit of Bharatiya Janata Party, Narayanpur Pub Mandal, LAKHIMPUR DISTRICT (Assam). Committed to Service, Organisation & Nation Building.

 #ভূমিপুত্ৰ  ゚
11/11/2026

#ভূমিপুত্ৰ

゚

ভাৰত ৰত্ন সন্মানেৰে বিভূষিত, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী , ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ...
08/11/2026

ভাৰত ৰত্ন সন্মানেৰে বিভূষিত, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী , ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা
শ্ৰীলালকৃষ্ণ আদৱানী ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেখেতৰ আজীৱন সমৰ্পণ, দূৰদৰ্শী নেতৃত্ব আৰু অনবদ্য অৱদান আমাৰ সকলোৰে বাবে চিৰপ্ৰেৰণাৰ উৎস। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ।

゚

    Himanta Biswa Sarma BJP Assam Pradesh Dilip Saikia Shyamal Sharma
06/11/2026



Himanta Biswa Sarma BJP Assam Pradesh Dilip Saikia Shyamal Sharma

অসমৰ বিশিষ্ট সাহিত্যিক তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰম পূজনীয় মাতৃ শ্ৰীযুতা মৃণালিনী দেৱী ...
06/11/2026

অসমৰ বিশিষ্ট সাহিত্যিক তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰম পূজনীয় মাতৃ শ্ৰীযুতা মৃণালিনী দেৱী ডাঙৰীয়ানীলৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

মা কামাখ্যাই আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰাৰ লগতে অনাগত দিনবোৰত কাম কৰি যাবলৈ শক্তি প্ৰদান কৰক, তাৰেই কামনা কৰিলোঁ।

05/11/2026

Himanta Biswa Sarma BJP Assam Pradesh

Omm Shanti🙏🙏
04/11/2026

Omm Shanti🙏🙏

লখিমপুৰ জিলাৰ বিশিষ্ট সাহিত্যিক, মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীযুত বিশ্ব বৰুৱাদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।

অসমীয়া ভাষা-সাহিত্যৰ জগতলৈ তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব। তেখেতৰ বিয়োগ সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

ঔঁ শান্তি। 🙏

02/11/2026







Himanta Biswa Sarma

01/11/2026

ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ। মা কামাখ্যাৰশ্ৰী চৰণত সেৱা জনাই আপোনাৰ তথা আপোনাৰ পৰিয়ালৰসু - স্বাস্থ্য আৰু দীৰ্ঘায়...
31/10/2026

ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ। মা কামাখ্যাৰ
শ্ৰী চৰণত সেৱা জনাই আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ
সু - স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

Bhupen Borah

30/10/2026

माेदी कही नही जाएगा 🇮🇳

Address

Narayanpur Pub Mandal
North Lakhimpur
784164

Website

Alerts

Be the first to know and let us send you an email when BJP Pub Narayanpur Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share