Demow Municipal Board Official

Directions Website Contact the organization

Demow Municipal Board Official Demow Municipal Board ,Demow ,
Dist: Sibsagar, Assam. Establishment Year :2012
Committed to cleanliness, development, civic services, and public welfare.

Working towards a clean, smart, and developed Demow
contact-7099932142/[email protected]

প্ৰতিদিনৰ দৰে আজিও ডিমৌ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে ডিমৌ চহৰখনৰ চাফ চিকুণৰ কাম অব্যাহত ৰাখে । ডিমৌ পৌৰসভা।
02/11/2026

প্ৰতিদিনৰ দৰে আজিও ডিমৌ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে ডিমৌ চহৰখনৰ চাফ চিকুণৰ কাম অব্যাহত ৰাখে ।

ডিমৌ পৌৰসভা।

অত্যাধিক ধূলিৰ বাবে ডিমৌৰ বিভিন্ন এলেকাত পানী দিয়া কাম চলি আছে । ডিমৌ পৌৰসভা
01/11/2026

অত্যাধিক ধূলিৰ বাবে ডিমৌৰ বিভিন্ন এলেকাত পানী দিয়া কাম চলি আছে ।

ডিমৌ পৌৰসভা

ভাৰতীয় স্বাধানতা সংগ্রামৰ মহানায়ক, স্বাধান ভাৰতৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্রা তথা গৃহমন্ত্রা, 'লৌহ পুৰুষ' চদাৰ বল্লভভাই ...
31/10/2026

ভাৰতীয় স্বাধানতা সংগ্রামৰ মহানায়ক, স্বাধান ভাৰতৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্রা তথা গৃহমন্ত্রা, 'লৌহ পুৰুষ' চদাৰ বল্লভভাই পেটেলদেৱৰ পৱিত্ৰ জয়ন্তীত জনাইছো শতকোটি প্রণাম আৰু গভীৰ শ্রদ্ধাঞ্জলি।

ভাৰতক একতাৰ সূতাৰে চিলাই কৰি ' অখণ্ড ভাৰত' গঢ়া এই গৰাকী যুগপুৰুষৰ অপাৰ দেশপ্ৰেম আৰু সুদৃঢ় আদর্শই আমাক সদায় একতা আৰু ভাতৃত্ববোধৰ ডোলেৰে বান্ধি ৰাখিব ।

ৰাষ্ট্ৰীয় একতা দিৱসৰ এই পৱিত্ৰ ক্ষণত ভাৰত মাতৃৰ এই সুযোগ্য সন্তানলৈ আমাৰ সশ্রদ্ধ প্রণাম।

#ৰাষ্ট্রীয়_একতা_দিৱস

অত্যাধিক ধূলিৰ বাবে ডিমৌৰ বিভিন্ন এলেকাত ডিমৌ পৌৰসভাই পানী দিয়া ব্যৱস্থা অব্যাহত ৰাখে ।
30/10/2026

অত্যাধিক ধূলিৰ বাবে ডিমৌৰ বিভিন্ন এলেকাত ডিমৌ পৌৰসভাই পানী দিয়া ব্যৱস্থা অব্যাহত ৰাখে ।

📢 জৰুৰী ৰাজহুৱা জাননী :-ডিমৌ পৌৰসভাৰ অধীনস্থ ডিমৌ নিতাই পথ  আৰু আঠাবাৰী পথত যান-জঁটৰ সমস্যা হ্ৰাস কৰা, যাতায়ত ব্যৱস্থা ...
30/10/2026

📢 জৰুৰী ৰাজহুৱা জাননী :-

ডিমৌ পৌৰসভাৰ অধীনস্থ ডিমৌ নিতাই পথ আৰু আঠাবাৰী পথত যান-জঁটৰ সমস্যা হ্ৰাস কৰা, যাতায়ত ব্যৱস্থা সুচল কৰা আৰু জনসাধাৰণৰ সুৰক্ষা তথা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি একপক্ষীয় (One-Side) পাৰ্কিং ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

সেয়েহে, উক্ত পথ দুটাত সকলো বাহনৰ গৰাকীৰ লগতে চালকসকলক কেৱল নিৰ্ধাৰিত এফালেহে বাহন পাৰ্কিং কৰিবলৈ আৰু বিপৰীত ফালে বাহন পাৰ্কিং কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হ'ল।

এই নিৰ্দেশনা ২৬-১০-২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে। সকলোকে পৌৰসভাৰ নিৰ্দেশনা মানি চলি যান-জঁটমুক্ত, সুৰক্ষিত আৰু সুচল যাতায়ত ব্যৱস্থা গঢ়ি তোলাত সহযোগিতা কৰিবলৈ আন্তৰিক অনুৰোধ জনোৱা হ'ল।

আপোনাৰ সহযোগিতাই এখন শৃংখলাবদ্ধ আৰু সুন্দৰ ডিমৌ গঢ়ি তুলিব।

ডিমৌ পৌৰসভা

🌿 বহনক্ষম জীৱনশৈলীৰে গঢ়োঁ এখন পৰিষ্কাৰ আৰু সেউজীয়া ডিমৌ। 🌱ডিমৌ পৌৰসভাই জনসাধাৰণক দৈনন্দিন জীৱনত পৰিৱেশ-অনুকূল অভ্যাস গ...
29/10/2026

🌿 বহনক্ষম জীৱনশৈলীৰে গঢ়োঁ এখন পৰিষ্কাৰ আৰু সেউজীয়া ডিমৌ। 🌱

ডিমৌ পৌৰসভাই জনসাধাৰণক দৈনন্দিন জীৱনত পৰিৱেশ-অনুকূল অভ্যাস গঢ়ি তোলাৰ আহ্বান জনাইছে। আৱৰ্জনা হ্ৰাস আৰু পৰিৱেশ সুৰক্ষাৰ বাবে পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰক, দীৰ্ঘদিনলৈ ব্যৱহাৰ কৰিব পৰা সামগ্ৰী বাছনি কৰক আৰু এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱহাৰ পৰিহাৰ কৰক।

আহক, সকলোৱে মিলি এখন পৰিষ্কাৰ, সেউজীয়া আৰু বহনক্ষম ডিমৌ গঢ়ি তোলোঁ। 🌍💚

ডিমৌ চহৰৰ যাতায়ত ব্যৱস্থা সুচল কৰি ৰখা, যানজঁট ৰোধ কৰা আৰু জনসাধাৰণৰ সুবিধা নিশ্চিত কৰাৰ স্বাৰ্থত সকলোকে নিৰ্ধাৰিত স্থা...
28/10/2026

ডিমৌ চহৰৰ যাতায়ত ব্যৱস্থা সুচল কৰি ৰখা, যানজঁট ৰোধ কৰা আৰু জনসাধাৰণৰ সুবিধা নিশ্চিত কৰাৰ স্বাৰ্থত সকলোকে নিৰ্ধাৰিত স্থানত বাহন পাৰ্কিং কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনোৱা হ’ল।

আহক, আমি সকলোৱে ডিমৌ পৌৰসভাৰ সৈতে সহযোগিতা কৰি এখন পৰিষ্কাৰ, সুশৃংখল আৰু যানজঁটমুক্ত ডিমৌ গঢ়ি তোলোঁ।

আপোনাৰ সহযোগিতাই ডিমৌক আৰু অধিক সুন্দৰ কৰি গঢ়ি তুলিব ।

ডিমৌ পৌৰসভা

অসমৰ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱলৈ তেখেতৰ পুণ্য তিথিত শ্ৰদ্ধা সহিতে স্মৰণ ।ডিমৌ পৌৰসভা ।
28/10/2026

অসমৰ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱলৈ তেখেতৰ পুণ্য তিথিত শ্ৰদ্ধা সহিতে স্মৰণ ।

ডিমৌ পৌৰসভা ।

Address

Demow
Sibsagar
785622

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Alerts

Be the first to know and let us send you an email when Demow Municipal Board Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Demow Municipal Board Official:

Shortcuts

Share

Nearby government services