20 No Bijni LAC

Directions

20 No Bijni LAC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 20 No Bijni LAC, Political organisation, Vill/Bijni, P. O/Bijni, P. S/Bijni, Dist/Chirang BTC (Assam), Pin/783390, Bijni.

08/11/2026
🪔 শুভ দীপাৱলী 🪔পোহৰৰ উৎসৱ দীপাৱলী আৰু মা কালী পূজাৰ পৱিত্ৰ ক্ষণত সকলোলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।দীপাৱলীৰ প...
08/11/2026

🪔 শুভ দীপাৱলী 🪔

পোহৰৰ উৎসৱ দীপাৱলী আৰু মা কালী পূজাৰ পৱিত্ৰ ক্ষণত সকলোলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

দীপাৱলীৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু আশাৰ নতুন জ্যোতি।

সমূহ ৰাইজলৈ শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ প্ৰীতিভৰা শুভেচ্ছা তথা ওলগ যাচিলোঁ। 🪔✨
25/10/2026

সমূহ ৰাইজলৈ শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ প্ৰীতিভৰা শুভেচ্ছা তথা ওলগ যাচিলোঁ। 🪔✨

আজি বিজনী সমষ্টিৰ উত্তৰ মনেশ্বৰী গাওঁত স্থানীয় ৰাইজৰ আৰু দূগা পূজা কমিটিৰ বিভিন্ন সমস্যা আৰু দাবী সমূহৰ বিষয়ে বিতংভাৱে...
24/10/2026

আজি বিজনী সমষ্টিৰ উত্তৰ মনেশ্বৰী গাওঁত স্থানীয় ৰাইজৰ আৰু দূগা পূজা কমিটিৰ বিভিন্ন সমস্যা আৰু দাবী সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰে বিজনী সমষ্টিৰ সন্মানীয় বিধায়ক অৰূপ কুমাৰ দে ডাঙৰীয়াই…

ৰাইজৰ সমস্যা সমূহ আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।

Arup Kumar Dey
Arup Kumar Dey Bijni 20

আজি বিজনী সমষ্টি দক্ষিণ মনেশ্বৰী গাওঁত স্থানীয় ৰাইজৰ বিভিন্ন সমস্যা আৰু দাবী সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।ৰাইজৰ...
24/10/2026

আজি বিজনী সমষ্টি দক্ষিণ মনেশ্বৰী গাওঁত স্থানীয় ৰাইজৰ বিভিন্ন সমস্যা আৰু দাবী সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।

ৰাইজৰ সমস্যা সমূহ মনোযোগেৰে শুনি, তাৰ শীঘ্ৰে সমাধানৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।

Arup Kumar Dey
Arup Kumar Dey Bijni 20

Address

Vill/Bijni, P. O/Bijni, P. S/Bijni, Dist/Chirang BTC (Assam), Pin/783390
Bijni
783390

Website

Alerts

Be the first to know and let us send you an email when 20 No Bijni LAC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share