BJP Chirang District

Call Directions Website Contact the organization

BJP Chirang District Official page of Bharatiya Janata Party Chirang District

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালসমূহক ...
10/11/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালসমূহক এক বৃহৎ সকাহ প্ৰদান কৰিছে। জীৱনদায়িনী চিকিৎসা অধিক সুলভ আৰু সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণ (NPPA)-এ ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্কট ৰোগৰ ১৩৭ বিধ প্ৰধান ঔষধৰ মূল্য হ্ৰাস কৰিছে।

প্ৰতিটো মাহৰ ১০ তাৰিখ মানেই অৰুণোদয়ৰ দিন। আজি অসমৰ ৩৭ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব অৰুণোদয়ৰ ধনৰাশি ।
10/11/2026

প্ৰতিটো মাহৰ ১০ তাৰিখ মানেই অৰুণোদয়ৰ দিন। আজি অসমৰ ৩৭ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব অৰুণোদয়ৰ ধনৰাশি ।

10/11/2026

জীৱনৰ প্ৰতিটো পল আই ভাৰতীৰ নামত সমৰ্পিত এক সত্তা...

বিকশিত ভাৰতৰ স্বপ্নদ্ৰষ্টা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিভাঁজ ৰাষ্ট্ৰপ্ৰেমৰ অতুলনীয় যাত্ৰাই প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰে ।

09/11/2026

সামাজিক মাধ্যমত কেৱল এটা অনুৰোধ... আৰু তাৰ প্ৰতিক্ৰিয়াস্বৰূপে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত তাৎক্ষণিকভাৱে আৰম্ভ হ'ল তিনিচুকীয়াৰ মাগুৰী বিল সংযোগী পথৰ এখন দলঙৰ সৌন্দৰ্যবৰ্ধনৰ কাম ।

এয়াই বৰ্তমানৰ চৰকাৰ, এয়াই বিজেপি চৰকাৰ! দূৰদৰ্শী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এয়াই নতুন অসম ।

09/11/2026

দেশৰ বীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাটো প্ৰতিবাৰেই এক স্মৰণীয় অভিজ্ঞতা হৈ আহিছে।

— মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া

সমূহ অসমবাসীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
08/11/2026

সমূহ অসমবাসীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

'ৰমণ পৰিঘটনা'ৰ আৱিষ্কাৰক তথা ন'বেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণ চমুকৈ চি ভি ৰমণদেৱ...
07/11/2026

'ৰমণ পৰিঘটনা'ৰ আৱিষ্কাৰক তথা ন'বেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণ চমুকৈ চি ভি ৰমণদেৱক তেখেতৰ জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এইগৰাকী মহান ভাৰতীয় বিজ্ঞানীয়ে বিজ্ঞান জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান প্ৰতিটো প্ৰজন্মৰ বাবে স্মৰণীয় হৈ থাকিব।

05/11/2026

যেতিয়ালৈকে ভাৰতত সনাতন‌‌ থাকিব তেতিয়ালৈকে ভাৰতত বিজেপি থাকিব ।

-মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া

05/11/2026

এক কালজয়ী কণ্ঠ, এক অমৰ শিল্পী সত্তা...

সুধাকণ্ঠৰ পবিত্ৰ পুণ্য তিথিত তেখেতৰ এক মঞ্চানুষ্ঠানৰ এটি নাতিদীৰ্ঘ ভিডিঅ'ৰ জৰিয়তে পুনৰবাৰ তেখেতক স্মৰণ কৰিছোঁ।

Address

Bijni
783390

Alerts

Be the first to know and let us send you an email when BJP Chirang District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Chirang District:

Shortcuts

Share