Mahila Morcha BJP Biswanath zilla

Directions

Mahila Morcha BJP Biswanath zilla Official Page Of Biswanath Dist Mahila Morcha

 #শুভ_ভাতৃ_দ্বিতীয়ামৰম চেনেহ আৰু বিশ্বাসৰ এক অটুট বন্ধন ভাতৃ দ্বিতীয়াৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
11/11/2026

#শুভ_ভাতৃ_দ্বিতীয়া
মৰম চেনেহ আৰু বিশ্বাসৰ এক অটুট বন্ধন ভাতৃ দ্বিতীয়াৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ স্বৰূপ, ভাজপাৰ অন্যতম প্ৰতিষ্ঠাপক, উপ-প্ৰধান মন্ত্ৰী,  ভাৰত ৰত্ন শ্ৰদ্ধাৰ লাল কৃষ্ণ আদৱানী জ...
08/11/2026

ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ স্বৰূপ, ভাজপাৰ অন্যতম প্ৰতিষ্ঠাপক, উপ-প্ৰধান মন্ত্ৰী, ভাৰত ৰত্ন শ্ৰদ্ধাৰ লাল কৃষ্ণ আদৱানী জীৰ উপজা দিনটোত তেখেতলৈ যাচিছো অলেখ শুভ কামনা।💐

শুভকালী পূজা আৰু দীপাৱলী 🪔✨*মা কালীৰ আশীৰ্বাদ আৰু পোহৰৰ এই পবিত্ৰ উৎসৱে আপোনাৰ জীৱনৰ পৰা সকলো আন্ধাৰ আঁতৰাই, সুখ, শান্তি...
08/11/2026

শুভকালী পূজা আৰু দীপাৱলী 🪔✨*

মা কালীৰ আশীৰ্বাদ আৰু পোহৰৰ এই পবিত্ৰ উৎসৱে আপোনাৰ জীৱনৰ পৰা সকলো আন্ধাৰ আঁতৰাই, সুখ, শান্তি, মৰম আৰু সমৃদ্ধিৰে ভৰাই তোলক।
আপোনাৰ ঘৰখন সদায় বন্তিৰ পোহৰৰ দৰে জিলিকি থাকক।

প্ৰকৃতি, মানুহ, জীৱ জন্তুৰ মাজৰ সম্পৰ্কক সন্মান জনাই উদযাপন কৰা নেপালী আৰু গোৰ্খা সমাজৰ পোহৰৰ উৎসৱ তিহাৰ উৎসৱৰ ভক্তিভৰা ...
07/11/2026

প্ৰকৃতি, মানুহ, জীৱ জন্তুৰ মাজৰ সম্পৰ্কক সন্মান জনাই উদযাপন কৰা নেপালী আৰু গোৰ্খা সমাজৰ পোহৰৰ উৎসৱ তিহাৰ উৎসৱৰ ভক্তিভৰা সেৱা নিবেদন কৰিলো।
BJP Mahila Morcha Assam Pradesh

05/11/2026

সহায়তাৰ উৎস যিমানেই শক্তিশালী নহওঁক কিয়, নিজৰ শক্তি-সামৰ্থ্য নাথাকিলে সফলতা অৰ্জন কৰাটো সম্ভৱ নহয়৷ দেশবিৰোধী অপশক্তিৰ পৰা যিমানেই সহায়-সমৰ্থন নাপাওঁক কিয়, ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ নামত একত্ৰিত হোৱা এই শক্তিসমূহৰ অৱস্থা সদায় #ফিউজবাল্বৰ দৰেই।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Mahila Morcha BJP
Purabee Roy

তেখেতৰ কণ্ঠত প্ৰাণ পাই উঠিছিলব্ৰহ্মপুত্ৰৰ ঢৌ, লুইতৰ পাৰৰ বাটৰুৱা, পথাৰৰ সোণোৱালী ধাননি, গাঁৱৰ দুখীয়া মানুহজনৰ চকুপানী আ...
05/11/2026

তেখেতৰ কণ্ঠত প্ৰাণ পাই উঠিছিল

ব্ৰহ্মপুত্ৰৰ ঢৌ, লুইতৰ পাৰৰ বাটৰুৱা, পথাৰৰ সোণোৱালী ধাননি, গাঁৱৰ দুখীয়া মানুহজনৰ চকুপানী আৰু হাঁহি — সকলোবোৰে তেখেতৰ কণ্ঠত প্ৰাণ পাই উঠিছিল।

তেখেতে কেৱল গান গোৱা নাছিল, তেখেতে মানুহক মানুহক ভাল পাবলৈ শিকাইছিল। মানৱতাৰ গান গাই গাই অসমক বিশ্বৰ বুকুত চিনাকি কৰাই দিছিল।

আজি সংগীত সূৰ্য্য ড° ভূপেন হাজৰিকা দেৱৰ পবিত্ৰ পুণ্যতিথিত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ 🙏

বুলেট ট্ৰেইন নেতৱৰ্কত সংযোজিত হ'ল অসম। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেলেৰে হ'ব মাত্ৰ ৮ ঘণ্টাৰ বাট।
02/11/2026

বুলেট ট্ৰেইন নেতৱৰ্কত সংযোজিত হ'ল অসম। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেলেৰে হ'ব মাত্ৰ ৮ ঘণ্টাৰ বাট।

কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱৰ জন্ম দিনৰ অলেখ শুভ...
31/10/2026

কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱৰ জন্ম দিনৰ অলেখ শুভ কামনা জ্ঞাপন কৰিলো 💐।
Sarbananda Sonowal

অভিশপ্ত ৩০ অক্টোবৰ ২০০৮, ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱা নিৰীহ লোক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।
30/10/2026

অভিশপ্ত ৩০ অক্টোবৰ ২০০৮, ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱা নিৰীহ লোক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

“কান খুলি শুনি লওক—মোডী ক’লৈও নাযায়, মোডী থাকিব!”देश को मोदी की आवश्यकता है।
26/10/2026

“কান খুলি শুনি লওক—
মোডী ক’লৈও নাযায়, মোডী থাকিব!”

देश को मोदी की आवश्यकता है।

Address

Biswanath Chariali, Biswanath
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Mahila Morcha BJP Biswanath zilla posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share