BJP Assam Pradesh

Directions Website Contact the organization

BJP Assam Pradesh Official page of BJP Assam Pradesh. BJP Assam State
(876)

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা, বিশিষ্ট আইনজ্ঞ তথা মহান দেশপ্ৰেমিক 'দেশবন্ধু' চিত্তৰঞ্জন দাসৰ পবিত্ৰ জয়ন্তীত শ্ৰদ...
05/11/2026

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা, বিশিষ্ট আইনজ্ঞ তথা মহান দেশপ্ৰেমিক 'দেশবন্ধু' চিত্তৰঞ্জন দাসৰ পবিত্ৰ জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

05/11/2026

'ভাৰত ৰত্ন' সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

আই অসমীৰ অমৃত সন্তান ড০ ভূপেন হাজৰিকাদেৱৰ সংগীতে ভৌগোলিক সীমাৰ পৰিধি অতিক্ৰম কৰি বিশ্ববাসীৰ হৃদয় স্পৰ্শ কৰিছিল। তেখেতৰ কালজয়ী সৃষ্টিসমূহে মানৱতা, ভাতৃত্ববোধ, শান্তি আৰু সম্প্ৰীতিৰ বাণী বহন কৰি আহিছে। সংগীত, সাহিত্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা তেখেতৰ অসামান্য অৱদান আমাৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

ধুবুৰীৰ গোলোকগঞ্জত বিজেপিৰ 'গণতন্ত্ৰ বচাও অৰাজকতা হাটাও' পদযাত্ৰা...আজি ধুবুৰীত চিলাৰায় হৰিমন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হো...
04/11/2026

ধুবুৰীৰ গোলোকগঞ্জত বিজেপিৰ 'গণতন্ত্ৰ বচাও অৰাজকতা হাটাও' পদযাত্ৰা...

আজি ধুবুৰীত চিলাৰায় হৰিমন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাত স্বতঃস্ফূৰ্তভাৱে ওলাই অহা জনতাৰ বিপুল অংশগ্ৰহণে শান্তি, ঐক্য আৰু উন্নয়নৰ পক্ষত ৰাইজৰ দৃঢ় স্থিতি প্ৰতিফলিত কৰিলে। এয়া অৰাজকতা বিয়পোৱা অপশক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ জনতাৰ গৰ্জন।

ফিউজ বাল্ব...
04/11/2026

ফিউজ বাল্ব...

04/11/2026

গণতন্ত্ৰ ৰক্ষাৰ হকে গোৱালপাৰাত সমৱেত হোৱা হেজাৰ হেজাৰ জনতাৰ বাৰ্তা স্পষ্ট - দেশত কেতিয়াও কাকো অৰাজকতা সৃষ্টি কৰিবলৈ দিয়া নহ'ব ।

04/11/2026

SIR-ৰ বিৰোধিতা কৰাৰ আঁৰত কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ প্ৰকৃত উদ্দেশ্য কি?

• অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদান কৰা
• দেশৰ নিৰাপত্তা ব্যৱস্থাত সমস্যাৰ সৃষ্টি কৰা
• দেশত চৰম অৰাজকতা সৃষ্টি কৰা

ক্ষমতাৰ লালসাত কংগ্ৰেছে আৰু কিমান তললৈ নামিব?

গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব ৫টা নতুন ৰ'পৱে' । অসমৰ যাতায়াত-যোগাযোগ ব্যৱস্থাত এয়া হ'ব এক গুৰ...
04/11/2026

গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব ৫টা নতুন ৰ'পৱে' । অসমৰ যাতায়াত-যোগাযোগ ব্যৱস্থাত এয়া হ'ব এক গুৰুত্বপূৰ্ণ সংযোজন।

04/11/2026

মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক মুখামুখি তৰ্কযুদ্ধৰ বাবে প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছৰ যুৱৰাজে ২০১৪ চনৰ পৰা নিজৰ সৈতেই তৰ্কযুদ্ধ কৰি আহিছে।🤣

বহু বিবাহৰ ক্ষেত্ৰত কঠোৰ বিজেপি চৰকাৰ...বহু বিবাহত লিপ্ত হোৱা যিকোনো চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে ভৱিষ...
04/11/2026

বহু বিবাহৰ ক্ষেত্ৰত কঠোৰ বিজেপি চৰকাৰ...

বহু বিবাহত লিপ্ত হোৱা যিকোনো চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে ভৱিষ্যতেও চৰকাৰী চাকৰিত নিযুক্তিৰ পৰাও বঞ্চিত কৰাৰ বাবে অসম সেৱা (অনুশাসন আৰু আবেদন) বিধি,১৯৬৪-ত নতুন দফাৰ সংযোজন কৰিবলৈ অসম কেবিনেটে অনুমোদন জনাইছে।

04/11/2026

'ৰাহুল গান্ধী ডাঙৰীয়া, মোদী চৰকাৰে প্ৰতিটো বিষয়তে আলোচনাৰ বাবে সাজু। সংসদৰ কাম-কাজ আৰম্ভ হ'বলৈ দিয়ক। বিশেষকৈ SIR সন্দৰ্ভতো আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে সাজু।'

ৰাহুল গান্ধীক পোনপটীয়া প্ৰত্যুত্তৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ ।

মক পাৰ্লিয়ামেণ্ট অনুষ্ঠিত কৰা আৰু সংসদৰ কাৰ্যবিধিত বাৰে বাৰে বাধা প্ৰদান কৰা কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে হয়তো এই কথাও নাজানে যে সংসদ হৈছে বিতৰ্ক আৰু আলোচনাৰেই মঞ্চ। সেই একেখন সংসদতে যেতিয়া তথ্য-প্ৰমাণ দাঙি ধৰা হয়, তেতিয়াই ৰাহুল গান্ধীয়ে পলায়ন কৰে।

Address

Atal Bihari Vajpayee Bhawan, Basistha Chariali
Gauhati
781029

Alerts

Be the first to know and let us send you an email when BJP Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Assam Pradesh:

Shortcuts

Share

Nearby government services