NSUI Assam

NSUI Assam

Share

NSUI is one of the biggest political student organization in the world, with members at universities and colleges across India.

30/05/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ বিভিন্ন সমস্যা আৰু NSUI স্থিতি সম্পৰ্কে আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম ৰাজ্যিক NSUI তৰফৰ পৰা এক বিশেষ সংবাদ মেল অনুষ্ঠিত কৰা হয়।

28/05/2026

এই চৰকাৰে অসমৰ বৰ্তমান বহুতো জ্বলন্ত সমস্যা যেনে বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি, সীমা বিবাদ এইবোৰ সমাধান নকৰি কোনো বিশেষ নতুনত্ব নথকা UCC আইন আনি ৰাইজৰ মাজত কেৱল মাত্ৰ এক চমক সৃষ্টি কৰিব বিচাৰিছে।

- মধুসুধন ডেকা, সাধাৰণ সম্পাদক, অসম ৰাজ্যিক NSUI

28/05/2026

সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জনাইছো।

Photos from NSUI Assam's post 27/05/2026

"এই ব্যৱস্থাটোৰ প্ৰতি আমাৰ আৰু একো বিশ্বাস নাই"

লোকসভাৰ বিৰোধী দলপতি শ্ৰী Rahul Gandhi ডাঙৰীয়াই NEET পৰীক্ষাৰ্থী সকলক সাক্ষাৎ কৰা সময়ত এইদৰে কৈ তেওঁলোকে দুঃখ প্ৰকাশ কৰে।

27/05/2026

১২৬ তম্ প্ৰতিস্থা দিৱসৰ শুভক্ষণত ঐতিহ্যমণ্ডিত কটন কলেজৰ - বৰ্তমান বিশ্ববিদ্যালয়, প্ৰতিজন ন-পুৰণি শিক্ষাৰ্থী, শ্ৰদ্ধাৰ শিক্ষক আৰু কটন পৰিয়ালৰ প্ৰতিজন সদস্যলৈ অলেখ অযুত শুভকামনা জনালোঁ।

27/05/2026

আজিৰ এই মৃত্যু তিথিত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।

26/05/2026

কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত হোৱা ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আৰু উপ দলপতি হিচাপে নিৰ্বাচিত হোৱা ড০ জয়প্ৰকাশ দাস ডাঙৰীয়ালৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

26/05/2026

"मस्तराम मस्ती में आग लगे बस्ती में"

Photos from NSUI Assam's post 24/05/2026

NEET 2026 পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বিৰুদ্ধে উচিত ন্যায় আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে আজি গুৱাহাটীত NSUI ৰাষ্ট্ৰীয় সভাপতি শ্ৰী Vinod Jakhar Nsui ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী KABIR ডাঙৰীয়া উপস্থিতিত ৰাজ্যিক সভাপতি শ্ৰী Kaushik Kashyap Kalita ডাঙৰীয়া নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা কাৰ্য বন্ধ নোহোৱালৈকে আৰু 22 লাখ শিক্ষাৰ্থীৰ ন্যায় প্ৰদান নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব।

#ছাত্ৰইআনিবপৰিৱৰ্তন

24/05/2026

NSUI ৰাষ্ট্ৰীয় সভাপতি শ্ৰী Vinod Jakhar Nsui ডাঙৰীয়া উপস্থিতিত অসম ৰাজ্যিক NSUI উদ্যোগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী KABIR ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি শ্ৰী Kaushik Kashyap Kalita ডাঙৰীয়া নেতৃত্বত NEET পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

📍Rajiv Bhawan, Guwahati

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Address


GS Road
Gauhati