Food, Public Distribution and Consumer Affairs Department

Call Directions Website Contact the organization

Food, Public Distribution and Consumer Affairs Department Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Food, Public Distribution and Consumer Affairs Department, Government Organization, Directorate of Food, Civil Supplies & Consumer Affairs Sethi Trust Building, Opp Big Bazar, Bhangagarh, Guwahati.

The Department deals with the establishment matters of Inspector, Superintendent, Assistant Director, Deputy Director, Joint Director of FCS & CA regarding their appointment, transfer and posting, Promotion, granting of leave etc.,

স্মাৰ্ট গ্ৰাহক হওক, বিনামূলীয়া অফাৰৰ প্ৰতি সজাগ হওক। পেকিং, পেকেজিং আৰু হেণ্ডলিঙৰ নামত অতিৰিক্ত মাচুল প্ৰদান নকৰিব।
27/10/2026

স্মাৰ্ট গ্ৰাহক হওক, বিনামূলীয়া অফাৰৰ প্ৰতি সজাগ হওক।

পেকিং, পেকেজিং আৰু হেণ্ডলিঙৰ নামত অতিৰিক্ত মাচুল প্ৰদান নকৰিব।

আজি বিজয়া দশমী আৰু দশেৰা।দুৰ্গা দেৱীৰ প্ৰস্থান আৰু দশেৰাৰ এই ক্ষণত পৃথিৱীৰ সকলো অসূয়া-অশান্তি নিঃশেষ হওক, প্ৰতিজনৰ জীৱ...
21/10/2026

আজি বিজয়া দশমী আৰু দশেৰা।

দুৰ্গা দেৱীৰ প্ৰস্থান আৰু দশেৰাৰ এই ক্ষণত পৃথিৱীৰ সকলো অসূয়া-অশান্তি নিঃশেষ হওক, প্ৰতিজনৰ জীৱন প্ৰীতি আৰু সমৃদ্ধিৰ অনন্য পোহৰেৰে উদ্ভাসিত হৈ পৰক। জগতজননীৰ চৰণকমলত সকলোৰে সৰ্বাঙ্গীন কুশল কামনাৰে মূৰ দোৱালোঁ।

মন গ'লেই Cart খন ভৰাই নথ'ব। তাত থকা প্ৰতিটো সামগ্ৰী সুবিধাজনক নহয়। এবাৰ বিচাৰ কৰক,তাৰ পিছত ক্ৰয় কৰক…
14/10/2026

মন গ'লেই Cart খন ভৰাই নথ'ব। তাত থকা প্ৰতিটো সামগ্ৰী সুবিধাজনক নহয়। এবাৰ বিচাৰ কৰক,তাৰ পিছত ক্ৰয় কৰক…

আজি শুভ মহালয়া। দুৰ্গোৎসৱৰ লগ্ন আৰম্ভ হোৱাৰ এই পবিত্ৰ দিনটোত প্ৰত্যেকগৰাকী ভক্তপ্ৰাণ ৰাইজক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন ক...
10/10/2026

আজি শুভ মহালয়া। দুৰ্গোৎসৱৰ লগ্ন আৰম্ভ হোৱাৰ এই পবিত্ৰ দিনটোত প্ৰত্যেকগৰাকী ভক্তপ্ৰাণ ৰাইজক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

অশুভ শক্তিৰ প্ৰতাপ বিনাশ কৰিবলৈ মৰ্ত্যলৈ আগমণ ঘটা অসুৰবিনাশিনী দেৱী দুৰ্গাৰ আশিষে সমাজত সুখ, শান্তি আৰু সমৃদ্ধিৰ প্ৰতিষ্ঠা কৰক তাৰেই কামনা কৰিছোঁ।

কোনো এটা বিজ্ঞাপন দেখা লগে লগে তাত ভোল নাযাব, সঁচা বুলি নাভাবিব। আপোনালোকৰ সাঁচতীয়া ধন যদি সাঁচি ৰাখিব বিচাৰে, তেনেহ'লে ...
08/10/2026

কোনো এটা বিজ্ঞাপন দেখা লগে লগে তাত ভোল নাযাব, সঁচা বুলি নাভাবিব। আপোনালোকৰ সাঁচতীয়া ধন যদি সাঁচি ৰাখিব বিচাৰে, তেনেহ'লে বিজ্ঞাপনবোৰো বিচাৰ কৰি চাওক।

সবিশেষ তথ্যৰ আধাৰত সামগ্ৰী ক্ৰয় কৰক, অন্যথা বিপদ আপোনাৰ। আনকি, আপুনি বিধৰ ৰেটিং সম্পৰ্কতো সবিশেষ বিচাৰ কৰক।
30/09/2026

সবিশেষ তথ্যৰ আধাৰত সামগ্ৰী ক্ৰয় কৰক, অন্যথা বিপদ আপোনাৰ। আনকি, আপুনি বিধৰ ৰেটিং সম্পৰ্কতো সবিশেষ বিচাৰ কৰক।

বিক্ৰেতাৰ পৰা সদায় সামগ্ৰী বাবদ ৰচিদ বিচাৰক, এয়া এগৰাকী উপভোক্তাৰ অধিকাৰ।সজাগ হওক, সতৰ্কতা অৱলম্বন কৰক।
25/09/2026

বিক্ৰেতাৰ পৰা সদায় সামগ্ৰী বাবদ ৰচিদ বিচাৰক, এয়া এগৰাকী উপভোক্তাৰ অধিকাৰ।

সজাগ হওক, সতৰ্কতা অৱলম্বন কৰক।

"ৰিভিউ" সমূহ পৰীক্ষা কৰক। কিছুমান সামগ্ৰীত কৰা অতিৰঞ্জিত দাবীয়ে আপোনাক বিপথে পৰিচালিত কৰিব পাৰে, গতিকে সাৱধান হওক।
23/09/2026

"ৰিভিউ" সমূহ পৰীক্ষা কৰক। কিছুমান সামগ্ৰীত কৰা অতিৰঞ্জিত দাবীয়ে আপোনাক বিপথে পৰিচালিত কৰিব পাৰে, গতিকে সাৱধান হওক।

ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা আপুনিও যদি কোনো ত্ৰুটিপূৰ্ণ সামগ্ৰী লাভ কৰে তেতিয়াহ'লে সেই সামগ্ৰী উভতাই ল'ব লাগিব বিক্ৰেতাসকলে।...
21/09/2026

ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা আপুনিও যদি কোনো ত্ৰুটিপূৰ্ণ সামগ্ৰী লাভ কৰে তেতিয়াহ'লে সেই সামগ্ৰী উভতাই ল'ব লাগিব বিক্ৰেতাসকলে। ইয়াত কোনোধৰণে অস্বীকাৰ কৰিব নোৱাৰে…

আপুনি ত্ৰুটিপূৰ্ণ সামগ্ৰী লাভ কৰিলে তাৰ ক্ষতিপূৰণ পোৱাটো গ্ৰাহক হিচাবে আপোনাৰ অধিকাৰ।
19/09/2026

আপুনি ত্ৰুটিপূৰ্ণ সামগ্ৰী লাভ কৰিলে তাৰ ক্ষতিপূৰণ পোৱাটো গ্ৰাহক হিচাবে আপোনাৰ অধিকাৰ।

Address

Directorate Of Food, Civil Supplies & Consumer Affairs Sethi Trust Building, Opp Big Bazar, Bhangagarh
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Food, Public Distribution and Consumer Affairs Department posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Food, Public Distribution and Consumer Affairs Department:

Shortcuts

Share