Pub Karanga M.E. School

Directions

Pub Karanga M.E. School Pub Karanga ME School, established in 1974, is a reputable educational institution.

01/07/2026

*সম্প্ৰীতি ভোজন *

সম্প্ৰীতি ভোজন কেৱল এক আহাৰ অনুষ্ঠান নহয়; ই সহমৰ্মিতা, সমতা, সৌহাৰ্দ্য আৰু মানৱীয় মূল্যবোধৰ এক জীৱন্ত প্ৰকাশ। একেলগে বহি আহাৰ গ্ৰহণ কৰাৰ এই সুন্দৰ পৰম্পৰাই শিশুসকলৰ মনত ঐক্য, সহযোগিতা আৰু সহাৱস্থানৰ বীজ ৰোপণ কৰে।

পূৱ কৰঙা মধ্য ইংৰাজী বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত উপস্থিত সকলো অভিভাৱক, শুভাকাঙ্ক্ষী আৰু বিদ্যালয় পৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা। আহক, সম্প্ৰীতি আৰু সহযোগিতাৰ এই বন্ধন সদায় অটুট ৰাখোঁ।

16/05/2026

A little craft, a lot of creativity ✨🪭

06/05/2026

ব'হাগী উৎসৱ ২০২৬

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া জাতীয় চেতনাৰ মূল্যবোধ শিকোৱাৰ লগতে অসমীয়া কলা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত  কৰাৰ উদ্দেশ্য...
06/05/2026

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া জাতীয় চেতনাৰ মূল্যবোধ শিকোৱাৰ লগতে অসমীয়া কলা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে প্ৰদৰ্শনী, বিহু গীতৰ প্ৰতিযোগিতা আৰু হুঁচৰি প্ৰদৰ্শন কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠান 'ব'হাগী উৎসৱ ২০২৬'।

সাদৰ নিমন্ত্ৰণ 🙏।
05/05/2026

সাদৰ নিমন্ত্ৰণ 🙏।

28/04/2026

ছাত্ৰ সংসদ নিৰ্বাচন ২০২৬
পূৱ কৰঙা মধ্য ইংৰাজী বিদ্যালয়

03/04/2026

উৎসৱ বিদ্যাৰম্ভৰ পৱিত্ৰ ক্ষণ
— নতুন শিক্ষাযাত্ৰাৰ আৰম্ভণি। 📚✨

📍পূৱ কৰঙা মধ্য ইংৰাজী বিদ্যালয়

উন্নত আন্তঃগাঁথনিয়ে শৈক্ষিক পৰিৱেশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আমাৰ বিদ্যালয়ে লাভ কৰা অতি...
15/03/2026

উন্নত আন্তঃগাঁথনিয়ে শৈক্ষিক পৰিৱেশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আমাৰ বিদ্যালয়ে লাভ কৰা অতিৰিক্ত শ্ৰেণীকোঠাৰ বাবে ৪ কোটি ১৬ লাখ ৮২ হাজাৰ টকাৰ বিদ্যালয় গৃহৰ শিলান্যাস কৰে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ কুমুদ চন্দ্ৰ কছাৰী দেৱে। অনুষ্ঠানটোত তিতাবৰ সমজিলাৰ সমজিলা আয়ুক্ত, কৰঙা জিলা পৰিষদৰ সন্মানীয় সদস্যা,কৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰী মহোদয়া, কৰা আঞ্চলিক পঞ্চায়তৰ সদস্য,যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়কে আদি কৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
বিদ্যালয়ৰ এনে আন্তঃগাঁথনিয়ে ছাত্ৰ-ছাত্ৰীক চৰকাৰী বিদ্যালয় অভিমুখী কৰাৰ উপৰিও শিক্ষাৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিব বুলি আমি আশাবাদী।

Address

Raidang Kamar Gaon, Jorhat. P O/Murmuria
Jorhat
785704

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12:30pm

Website

Alerts

Be the first to know and let us send you an email when Pub Karanga M.E. School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share